পৃষ্ঠা:অসমিয়া লৰাৰ মিত্ৰ-২.djvu/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৯১)


কাৰ হোৱাৰ পৰা ইংৰাজৰ অধিকাৰ হোৱালৈকে, চতুৰ্থ ইংৰাজৰ অধিকাৰ হোৱাৰ পৰা বৰ্ত্তমান কাললৈকে।

 এই জিলাৰ দুভাগ আচে এভাগ মটকৰ দেশ, এভাগ সাদিয়া। মটকৰ দেশক দুভাগ কৰা জায় অৰ্থাৎ ভাটি ন খেল আরু উজনি ন খেল। ভাটি ন খেলত উনসাটি আরু উজনিত সাত জিম্মাদাৰ আচে।

 অসম দেশত প্ৰায় ১২০০,০০০ বাৰে লক্ষ মান মানুহ আচে, তাৰে কামৰূপ জিলাত প্ৰায় ৪০০,০০০ চাৰি লক্ষ মান, দৰঙ্গ জিলাত আঢ়াই লক্ষ, নগাঁৱত দুই লক্ষ মান, শিবপুৰত আঢ়াই লক্ষ, লক্ষীপুৰত পাঁচ চল্লিস্ হেজাৰ, সদিয়াত পাঁচ পন্ন হেজাৰ মান হব।

 অসম দেশত খাজানা প্ৰায় সাত লক্ষ তিনি হেজাৰ মান টকা উঠে; তাৰে কামৰূপত দুই লক্ষ সত্তৰী হেজাৰ, দৰ জত এক লক্ষ পাঁচচল্লিস হেজাৰ, নগাঁৱত এক লক্ষ তেতা ল্লিচ্‌ হেজাৰ, শিবপুৰত এক লক্ষ পাঁচ হেজাৰ, আরু সদিয়া আরু লক্ষীপুৰত চল্লিচ্‌ হেজাৰ।

⸻⸻

BRIEF HISTORY OF ASAM.
অসম দেশৰ সংক্ষেপ বুৰঞ্জি।

 অতি পূৰ্ব্বে গোটেই অসম দেশকে কামৰূপ বুলিচিল,

আৰু সি চাৰি পিঠ কৰি ভাগ কৰা হৈচিল। অৰ্থাৎ কাম