সমললৈ যাওক

পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

70 উৰি উভিয়া, a. কপাহৰ ডাঙ্গৰ সুতালাগবান্ধ নোহোআ বন, ঠেহ ধবাcoarse (applied to thread or work,) stubborn উভিয়৷ উত্তৰ, s. অামিল মাত, খঙ্গ উঠ৷ মাত বা। উতৰ, an uncivil answer , defiant or disrespectful speech. উভনদি, s. সৰহ, বিস্তব, অসহ খ্য, abundant like an unfailing stream. উম, a. অলপ তাপ, warn, moderately heated, tepid. উমইহতিয়া, a. ৰাজহুআ1, সকলোৰে, belonging to all in common. উমঘাম, s. বজ বিচাৰ, চিন্তা, desire, concern, warnth ; with a negative, lukeVarmness, indifference. listlessness. উমনি দি, . অলপ তপতে ৰখা, চৰাইএ কনিত উম দিয়া৷, to impart warmth, to ace eggs under a fowl for hatching. উমা, s. দুর্গাপাবতি, সিৱৰ ভাৰ্জী, one of the names of Doorga. উমাকান্ত, s. সিৱ মহাদেৱ, পার্বতিৰ স্বামি, Iliwo, the husband of Doorga. উমান, s. গম, আটকাল, বুজ, an intimation, an inference. a guess. উমানন্দ, s. গুআহাটি ব্ৰহ্মপুত্ৰৰ মাজত থকা সিৱৰ দল, a rocky island near Gowhatty on which stands a shrine of Hoda livo. উমুউআই, o. উমদিয়া, উমনি লোআ1, to cause to give warmth, to set a fowl on eggs. উবগ, s. সপ তাদি বুকেৰে ফুৰা জন্ড, a reptile, creeping things. উবন, s. খুটিা আদিৰ পোতৰ ওপৰ ভাগ, উৰি ফৰ । চৰাই জাতি, উৰিব | he portion of any thing above the ground, a of a post, tree or wa whatever fies, ability to fly উবনিয়া, a, উৰিব পৰ', খুটি খাব পৰা, fledged, able to fly, old enough to provide for itself, applied to a bird or child. উৰবান্ধি, s. পেট ওফদানাবিএ পাক লোআ, nausea, sickness. উৰহ s, ঢাৰি পাতি আদিত থকা এবিধ পোক, a bed-bug উৰহাs. দেওৱ৷ ৰস, ছপাscorched, a burnt liquid. উৰহি, s. এবিধ পাচলি, a species of bean. উৰই , উৰুআই, চুকুআই, তাকাজ্যত খৰচ কৰা, to sweep away, to scatter, to disperse, to waste. উৰাল, s. ধান আদি বনা জতন, মাৰিএৰে ধান আদি খুন্দা কাঠৰ পাত্ৰ, a wooden mortar for pounding rice. উৰাল মাৰি, s. উৰালত খুন্দা মাৰি, মুখল, a pestle for the abore. উৰি, o. ডেউকাৰে বা দি জোআ, to fily, to soar in the air, as a bird. উৰি আপ্রনি, a. দখিয়া সমান্যনিধনি, poor, ordinary, destitute , উৰিআমs. এবিধ গচ, a species of tree.