পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আর্চি আবাও, s, এটাহ, চিয়বাহাই, a noise, a scream, a tumult. আবাধনা, s. উপাসনা, একাগি চিন্তন, ভজনা, ভাবনা, worship, adoration, with কবি, to worship, to adore, to honor. আৰাধমিয়, a. আৰাধনা কৰিবৰ জোগ্য, worthy of reverence and worship . অবল, ও, এৰাল, গৰু চাগলি চৰিবলৈ বান্ধি দিয়৷ দিঘল লেজু, a tether আবি, s, এবিধ মাচ, কথা বন্ধাঅৰ, ওলোমোআ, a species of scale less fish, a bet, a wager; ০. to suspend, to hang. আৰিমুৰি, s. গা মুৰ ভঙ্গা, গা পোনোআ, মেটো মেৰেটি, the act of stretching or straightening the body when weary from long confinement in one position. আৰিয়া, s. ফটাকানি মেৰাই তেল দি লগোআ সলা, a torch, a llamlbeau. আবিষ্ণু , a. অলপ , পিঠি পোন নোহোআ, hump-backed, crooked. আবি বন্ধাs. কথাবস্থাঅৰিয়াঅৰিৰ নিয়ম, a bot, a vager, a stake. আক, conj. অধিক, বাকি থকাআকৌand, also, again, furthermore. আৰুবাৰ, ad. আনবাৰ, আকৌপুনচ, পুনর্বাব, দুনাই, again , a second time, yet again, once more. আবেলি, এ. জোআ বচব, আকৌপুনৰাই, past , again. the year আ বেলিলৈ, ৪ . আগৰ বচৰলৈ, অহা বচৰ, afterwards, next year. আবে, s. গিতৰ প্রাস, গিতৰ ভগিতাthe prolonging of a musical note in singing or chanting s) এবিধ বন, দবৰ নাম, a jungle plant used as a ncdi cue n eruptive diseases. আবৈচাউল, s. নিসিজোআ ধানৰ চাউল, rice cleaned from the husk by simply drying previous to being pounded out. অবৈমুৰিয়া, s. ভালকৈ নিসিজা ধানৰ চাউল, rice but partially boiled before being cleaned from the husk. আবৈয়া, a. সুকান , কিছু নবম, সূদাই, dry, inferior. আৰেআনs. বজাৰ চএ বিসেস, a sort of umbrella or screen used only by the king আৰোআন ধবা, s. বজাব আৰোআন ধৰাthe king's umbrella bearer আৰোগ্য, a. নিকলি, ৰোগ নথকা, নিঘুনিয়া, healthy, in health. আৰোপন, s. স্থাপন , বখা, অৰ্পন কৰাthe act of appointing or placing in office. আৰোহন, s. উঠা, চৰা, ওপৰত উঠ, the act of mounting upon, getting into a vehicle, ascending or climbing. আার্টি, s, দর্শন, দাপোন, a mirror, a looking glass.