পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৬০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জক চৰোআ, ৪ . বহোআ, পথাৰত গৰু আদিক ঘাঁহ খুউজু, চৰ মৰা, excess in weight or measure ; the driving to pasture ; the smitin g on the cheek ; used as an adjective also. চাৰখোল, s. কঁকালৰ দই দাতিব খেলপানি কাস, the part of the চাৰপেটা, } abdomen on both sides below the spurious ribs. চাৰদিয়া, ৪. গৰিয়ালে বঠাৰে লঠিয়া দিয়া, the propelling of a boat | with the steering oar using the stern as a fulcrum. চাৰুলিয়াসিপা, s. ডাঙ্গৰ সিপাৰ পৰা ওলোআ স ক সিপা, সিহৰি, branch root চালিমাৰি, s. ওঁ।তৰ বান্দৰি ধৰ1 মাৰি, the pole from which a native loom is suspended when being worked. চিকুনাই, p. see চিকনাই. চিকৌ, interj. see চিহ. চিগি, e. ডোল আদি দোডোখৰ হৈ, to part asunder, to break as of a cord or rope ; applied to the drying up of a channel, the closing of an investigation, and the breaking off of a friendship. চিমিকৈ, ad. অলপকৈ (টোপনি, ) gently, applied to slumber. চকনি, s. বচৰেকলৈ খাজান। দি মাটি লোআৰ নিবন্ধ, the sub-renting and by an under tenant. চুটিয়াধেম, ৪. কাফাই ধেনু, a crossbow, or bow placed athwart a stock. চুবুৰি, s. অনেক ওচৰাওচৰিকৈ সজ। ঘৰ, গাও বা টাঙ্গনি, কুৰি, a clus . ter of houses built in near proximity. চুহ, interj. কোনো জন্তু খেদোআ1 মাত, a vocative ; Shoo! চেওমনি, ৪. হাতৰ এবিধ অলঙ্কাৰ, a large bead used to unite the several strings of a broulet. চেলে স1, s. see ফেলেজ1 চেৰা লগা, a. চই নিচই হোআ, গতি লগা, থিৰ হোআ, settled, deter. mined, finally disposed of. চেৰেলিবেৰেলি, a. লাঙ্গলাঙ্গ, থানথান, গোটগোট, scattered about in disorder. চেলঙ্গপেতেঙ্গ, ৪. see চেলমেঠ , জকজক কৰে, ad. অতিসই ৰুপে, (হাৰ ওলোআ,) exceedingly; applied to extreme emaciation ।