পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আয়। আমৰা, s. অমৰ৷ গুটি, এবিধ ফল, the name of a tree and is fruit. আমলখি, s) এবিধ গুটি আৰু তাৰ গচ, a species of tree, and fruit , (phyllanthus emblica.) s. পেট বন্ধ হৈ খোচা বিন্ধা, পেটৰ বেদনাthe colic. , আমসুল, আমি, pron. আমি সকলোটি, মই, we; used occasionally for the singular. আমিন, ৪. মাটি জোখস ব৷ পিয়ল কৰোতা, বিচাৰ কৰাa surveyor, a। supervisor, an investigator আমুআই, ৮. আমনিউজ, অনিচা হোআ, বিৰক্তি লগা, to cloy, satiate, disgust আমুক, a. কোনো বিসেস মানুহ বা বন্ধক বুজউআ, such an one, such a person place or thing. আমৈs, সখিএকৰ মাক, বাপেকৰ সখিএকৰ ভাজn, a frieud's mother, the wife of a father's friend. আমৈলত ৪. উসধিয় লতা বিসেস, সগনি লতাa species of vine, used in medicine. আমোদ, s. হস, আনন্দ, ৰঙ্গ, ধেমালি, enjoyment, pleasure, festivity; with কবি, to enjoy. আমোদি, , ৰসূভাল, সুৱলা, সুস্বাদু, gratifying, enlivening, pleasurable, jorial, pleasant to the taste. আমোল, ৪. কোনো অধিপতিএ অধিকাৰ কৰা দিন, কোনো বিসয়ৰ ফল। পোআ, the period of a ruler's administration; the gains of an office. আমোল টেঙ্গ1, s. এবিধ টেঙ্গা, an acid fruit . আমোলদা, s. চিপাহিৰ এক অধিপতি, an under oficer in a regiment of native soldiers. আমোলমোল, a. গঙ্ক ব্যাপ, বিচখনসুগন্ধ, fragrant, sweet scented, odorous, আমোলা, s. চিৰিস্তাদাৰ আদি আদালতৰ কম কাৰি, a shristadlar of a court of justice and his officers. আমোলাই, ৫. মন মাৰি, বিসাদ লগা, নিৰাস দেখুআ, to look disappoint ed, downcast, sad, melancholy or dejected. আয়. বহা, উফুউআ, লাভ, gain, profit, receipts. আয়ত, a. বস, তল হৈ থকা, আগ্যাধিন, subject to. আয়তন, a. বহল, বিস্তাৰ, পথালি জোখ, breadth, dimension , আয়তি, s• স্বামি থকা তিৰোতা, a woman who has a living husband