পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

576 হোল হো, ১Uc. সামান্যক দিব খোজ৷ মাত, here, take it, have it, খোকা৪. ধ*আ1 খোআ1, ধপাত খোআ । জতন, a hubble bubble, a native smoking apparatus. হোকোৰনি, ৪. বাঘ গৰু আদি জন্তুৰ চিয়ৰনি, a roaring or bellowing as of wild beasts or cattle. হোঁকোৰা, s. হাঁকৰি ফৰ, bellowing &c. or above. হোপা. ৪সোহাচোহ।, ভিতৰলৈ উসাহ টানি নিয়া, a sucking or draw. ing into the mouth. হোহোক1. , ৪, or going back. পাচলৈ জোআ, হট a retrograding হোহোকাই, 3. পাচআই, পাচলৈ নিয়াই, হটাই, to cause to turn back. হোকহোকনি, s. ভালুক বৰ। গাহৰি আদিৰ গোজৰনিgrunt of a hog. , the হোকহোকাই, ড. বৰা গাহৰি আদিএ মাতি, to grunt (as a hog. ) হোচোঙ্গা, a. সকত, বৰ ডাঙ্গৰ দি ঘল, tall and stout. হোজ , a. পোনপটিয়া, ফাকিফু ক। নজনা, হোলগোজ, , artless, plain unsuspecting, simple-hearted. হোতৃকৰেa. অকস্মাত. বেগতে, হাউতকৰে, (বকা বা পৰা) suddenly, quickly, ( as of pouring or falling. ) হোতাs. হোম কৰ৷ বামুন, a sacrificial priest. হোপোৰ, s. হোপা মৰাত উঠা সবদ, the sound made in sucking &c. হোম, ৪. জুইত ৰ্দিষ্ট ঢালি কৰ৷ জজ্ঞ, a burnt offering; the casting of clarified butter into the fire, as an offering to the gods, accompanied with incantations হোৰ, s. ভেৰভেৰিয়৷ বোকা, সেকেটাঅনেক কামৰ ভাৰ, ছাঁচ, mire; revenge; pressure of work হোনি, s. ভেৰ ভেৰিয়া বোকাৰ ঠাই, ভেনি, a muddy or miry place. হোৰ, ৪. নগ। আদি এ বস্তু অনা জতন, a basket carried on the back হোৰাহোৰে, ad. বহুতকৈ, অধিককৈ, much, abundant. হোৰোক1, ৪. খোচৰা, উজৰা, the act of stirring up or mellowing, ( as of earth.) হোৰোপা, a. মাজ খান তললৈ বহি জোআ1, sunken in the middle, concave. হোবোস, s. পানি বা বোকাত পৰিলে উঠা সবদ, the sound made by plashing in mud or water. হোৰোস কৰে, । ad. হোসে সবদেৰে হঠাৎ, অকস্মাত, with the above হোৰোসাই, sound, suddenly, unexpectedly. হোৰোহা, a. ভেৰেহা, বৰ ডাঙ্গৰ (পেট , ) large, corpulent হোলগোজ, a. see হোজ।