পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সোন। সোটোৰা, a. সোপোৰ, সুকাই সোটোৰ। পৰ, লেৰেলা, wrinkled, shriveled withered ; s. a furrow or wrinkle. সোতৰুগিয়া, a. সুবিয়া, dropsical সোতৰক, s. সেঁতত থকা কচুৰ নিচিন। দুবলি, অলপ দখতে সোটমোট খোআ, সহিব , . like দখ নোঅৰাitcarried to and fro a kosa in a current ; hence, vacillating, wavering, withont endur ance, soft, weak সোথ, ৪. গোটেই গা উপহ। ৰোগ, a dropsical disease. সোদৰ, s. একে মাকৰ পো ব৷ জি, an own brother সোধ, ৪. মেল, বিচাব, a suit in law, investigation, inquiry. সোধকর্তা৪. সোধাৰু, বিচাৰ কৰোতা, a judge, one who investigates: সোধন, s. সুধ কৰা, লিখা। আদিৰ ভুল বাচি ব৷ দুগুন গুচাই ভাল কৰা সোধা, the correcting of a writing, enmendation, inquiry. সোধনপোচন, s. সোধপোচ, আলহি আদিক কৰা৷ আদৰসাদৰ, a cordial welcome; the reception of a guest with demonstrations of affection and respect. সোধা, a. বিচাৰ কৰা, প্রম কৰাবড লোআ, investigated, inquired into, asked, questioned সোধাই, 3. জিগ্যাসা কাই, বিচাৰ কইিঅৰ্পন কৰি, গতাই, to cause an investigation or inquiry to be made; to deposit, to make over or commit to the care of another সোধাৰু, ৪ . সোধ কৰোতা, বিচাৰপতি, a judge, one who investigates. সোধোআ, a. জিগ্যাসা কৰোআ, গতোআ, asked, made over, deposited. সোধোওআ, ৪. সোধ কৰোআ, বিচাৰ কৰোআ, অৰ্পন কৰোআ, the causing to ask, investigate or make over. সোন, s. সুবর্ন, স্বন, হেম, gold. সোনকমোআ), s. বালি ধুই সোন বিচৰা, the washing of sand for gold. সোনকাল, a. সকাল, সিন্ধু, early, soon, betimes . সোনপৰুআ, ৪. এবিধ সোন বৰনৰ পোক, a species of insect the gold colored dorsal scales of which are worn as ornaments. সোনপুৰ, s. সকলো বস্তু পোআ উতম ঠাই, এবিধ ক, a species of sosu. সোনসোনাই, ৮. কুনকুন কৰে কান্দি, to whine, to whimper. সোনা, ৪. see সুবর্ন- সোনাই, s• সন্তান আদিৰ প্ৰতি চেনেহৰ মাত, সোনামুআ, সোনৰ তুল্য, অতি প্রিয়, lit, precious gold, a term of affectionate address to children