পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

সেৱ। 51। সেৰখিৰি, s. গোটা ডাঙ্গৰ খবি, large ansplit firewood. সোসেৰ, ৪. অনেক সেৰী, কোবত বৰকৈ সাঁচ বন্ধা, having numerous scars or ridges. সেৰিয়া, a. এসেৰ পৰিমানৰ, one seer in weight or neasure. সেৰুআ, ৫. তিৰিৰ বস্য, governed by the wife, leupecked. সেকো , a. see সেৰসসৰিয়া সেৰেঙ্গা, ৫. ডালড়লিয়া, পাতল, তনু, loose in texture, not dense &c. সেৰেপ, ৫. ভালকৈ পাক নোখোআ, ঢিলাপকিয়া, এওঁঅ পকিয়া, সেবেপগুনিয়া, । Black twisted. সেবেলা, ৫. চেচা পৰা, উম নথকা, পানি পৰি থকাত সোটোৰাহোআ, benumbed by cold, wrinkled or contracted. সের্বোআ, ৪. লে বেআ, পেট পেলাই চ চবি স্লোআ, the act of crouchw i ng like a beast of prey. . . সেল, ৪ দিঘল কৰাত সল লগোঅ অ বিসেস, কাপৰৰ পাৰি, a pike, a long spcar or javelin; an ornamented selvedge. সেলসেলনি, ৩. সহবত, চেলবেলনি, levity, frivolicy, idle prate. সেলসেলাই, ৮. চেলবেলাই, সততাই, চাই মিচাই কি, to be ligit minded or frivolous, to prale. সেলসেলিয়া, a. see চেলবেলিয়া। সেলাই, । ৪. পানিৰ তলত বা জেকা ঠাই আদিত হোআ বন বা মলি। সেল আই, বিসেস, moss, a species of lichel. সেলুক, ৪. এজাত ভেট ফুল অাল, te edible root of the ভেট, bhent, a species Lotus. সেলকিয়া, । ৫. সেলকৰ দৰে কোমল হোআ, (তামোল,) soft by lying CACHTW, in water, applied only to betelnuts. সেলেক কৰে, ad. অকস্মাত দাত বাহিৰ কৰি, বেগতে দাও উলিয়াই, slow ing the teeth as in laughing. | সেলেকা দতা, ৫. যেৰে। দতিয়া, গালিৰ মত, having the teeth proni nent and widely apart, (a term of abuse.) সেলেজি, ৪. তামোলৰ মই, giadiness caused by eating awul pan. সেৱক, । ৪. দাস, সিস্য, ভকত, উপাসক, কিঙ্কৰ, an attendant, a cafon, servant, a disciple, a worshiper. সেৱা, a. আৰাধনা, ভজন, উপসিনা, পুজা, অর্চনা, প্রনাম, worship, hon. B a ge, adoration, salutation. সেৱাচৰ, ৫. ভক্তিহিন, destitute of veneration w devotedves to Gol; s. the neglect of divine worship. Som