পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সত্রি সতভিসা, ৪. চৌবিচ নখ্যQ, the twenty fourth lunar mansion in the hindoo zodiac. সতবত, ৪. see সেলসেলনি. সমুল, ৪. এক ঔমধি গটৰ সিপাআৰু ভাব গচ, a species of medici. nal plant and its root. সতৰি, a. তিনি কুৰি দহ, কথকি তিৰি, seventy; s. a talkative woman. সততাই, o. ভালৰি বোলাই, বৰকৈ কৈ, to prate, to be garulous . s. গৰাকিৰ সকলো খিনি বস্তুone's whole property or en. সতসৰহ, tire possessions সতা৪ . খাৰনি সৰোআ জতন, an earthen leach for making lye. সতি, . পতিবতা, স্বামিৰ লগত চিতাত পোৰা তিৰি, a wife devoted to her husband during life, and who burns with him on the funeral pile; with গৈ, to burn on the funeral pile. সতিনি, । s. সপল্লি, গিৰিয়েকৰ আন তিৰোতl, one of the several সতিয়ৈ, , wives of one husband . সতিনিমাৰি, ৪. জাঁতৰৰ বটয়া ধৰ। মাৰি, a stick in a native wheel band সতিনিয়াহ, ৪. সতিনিৰ পৰপৰ হিংস। খিয়াল, animosity or ill feel ing between the wives of the same husband সতিসন্ততি, s. লৰা লুৰি, সন্তান, পো জি, ofspring, children, progeny, descendants. সতুৰালি, ও, স ক্ৰৰ ভাও, হিংসা, সঞআলি, enmity, hostility. সত্য, a. স্বৰুপ, সঁচl, true, real, certain সত্য কৰা, s. সপত কৰাধৰম চিয়াই কোআ, the act of affirming on oath an asservation, সত্য যুগ, ১. হিন্দু মতে চাৰি জুগৰ প্ৰথম জগ, the first of the four hin . doo ages of the world, comprising 1,724,000 years. সত্য বাদি, z. স্বৰুপ কথা কওতা, মিচ। নোকোআl, speaking the truth, truthful, veracious. সত্যসেৱা, s. সত্য নাৰায়ন, বিষ্ণুৰ পুজা বিসেস, a religious ceremony in lonor of Vishnoo. সত্যে, ad. স্বৰুপে, নিটকৈ, স্বধৰ্মতে সপত কৰাদ্ৰিঢ় প্রতিগ্যা, verily, truly; s. a term of asseveration , an oath. সত্ৰ, s. সাধ , মহাজন আদিৰ ধৰম প্ৰবতোআ বাস কৰা থান, the head quarters of any leading hindoo priest and his attendants. সত্ৰাধিকাৰ, ৪. সত্ৰৰ গৰকি, অধিকাৰ মহন্ত, a head priest of the above. সত্ৰিয়া, a. সত্ৰৰ, সত্ৰ সমন্ধিয়, of or relating to a lotro.