পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লোন 505 লৈ, J. গ্ৰহন কবি, নি, to take ; oftx. to, unto; emph. লৈকে. লৈলৈ-থৈথৈ, a. বৰ দুৰ্গতি, বিপত্তি, নানা আপদisfortune, calamity '. লো, s. লোহা, চকুৰ পানি, নেত্ৰ জল, লোতক, iron; a tear, tears. লোআ, s. লোৰ সিকলি, গ্ৰহন কৰানিয়াan iron fetter or chain ; the act of taking; a. taken, received, accepted. লোআই, . পিঠা গুৰি ভাজি চকুৰ পানি ওলাই, গ্ৰহন কৰোআই, to brown four, to shed tears, to cause to taketo persuade. লোআচৰ, s. কমাৰ সালৰ লোৰ ভেৰ, the dross of iron. লোঅাৰ, a. চল, চেগ, লোতৰ, a chance, a favourable opportunity. লোআলি, a. লোজুক্ত, লোৰে কৰ), iron, made of iron. লোওআ৷ , পিঠাগুৰি, ভজা পিঠা গৰি, browned rice our . লোক, s. আন জন, জগতভুবন, anot ber person, people, a world লোকপাল, ৪, ৰজা, ই দ্ৰাদি দম দিগপাল, a sorereign, a king. লোকাস্তব, s. পৰকাল, মৰন, another world, death. লোকাপাৰ, . এজাত পাৰ কানৰ ভূসন বিসেস, a species of pigeon, a kind of ear ornament worn by men . লোকালোক, aহিন্দু মতে সাত সাগৰৰ বাহিৰে মেৰাই থকা পর্বত, প্রি . থিবিৰ সিমা, অন্ধকাৰ, according to hindoo cosmography, a mountainous belt surrounding the ceren circular oceans and forning the boundary of the world; darkness, obscurity. লোজ, s. লোৰ, খাৱৈ, ঠেক হোলাa deep ditch, a low place. লোগাই, ৬. লোজ খ।নি, সক খাৱৈ খানি, to dig a drain or deep hollow. লোচা, s. দিঘে পথালিএ এটাৰ পৰিমিত মাটি, "a measure of land eight cubits square. লোটসোট, a. কোচ খাই পৰা, নম হৈ পৰা, subdued, humbled. লোটা, a. পানি খোআ পাত বিসেস, a metal drinking vessel. লোঠোঙ্গা, a. see লঠঙ্গ1. লোতক, s. চকুৰ পানি, লো, a tear, tears. লোতকোতিয়l, a. see লেকেতিয়া. লোতৰ, 3. চল, আলম, কাৰন, a chance, an opportunity, a cause. লোথোপথোপ, n. বৰ মরহাল, পুষ্টvery fat, fleshy, plump. লোদোবপোদোৰ, a. মঙ্গহাল, নোলোবপোদোব, stout, corpulent. লোদোবা লোধোমধোম, ) a. গা ডাঙ্গৰ, লোকৰ লগত আসাকৈ লাগি থকা, eor . সোধোমা pulent; hanging on n lope of obtaini In some favor. লোন, s. লৱন, নিমখ, sale. 65