পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

502 লেটে লেচু, s. কাৰনি, চল, চিদু, দাই দোস, chance, means, fault, offence. লেচেৰা, ৪. see লেচ1. লেচেৰ৷ মাহ, ৪. এবিধ লতা আৰু তাৰ কেঁই, a species of bean. লেচেৰি, s. ট্ৰেই ধান পিটিয়াই বন্ধা মুঠি, এডাল এডালকৈ বোটলা ধান, the gleanings of a rice field; a bundle of the heads of grain লেচোআ, s. হাত আদি জোকাৰি জোআ1, the swinging of the hands in walking or the springing of a pole in carrying a load. লেজাই, s. মাটিত বগোআ এবিধ বেঁত, a species of ratan. লেজ, s. দি ঘল ডোল, ৰচি, a long rope or cord. লেডুআ, a. গুৰ আদি এঠাথকা বন্দু টানিলে লেজু ৰ দৰে দিঘল হৈ জোআ, stringy, ropy. লেট, s. গা আদিত বোকা আদি সনা, daub, plaster, mud ; with লৈ, লেটি, } to daub one self, to wallow in the mud. লেটপেট, a. see লেটিপেটি. লেটপেটাই, o. বোকাআদি সানি, মিহলাই, to daub, to draggle &c. লেটাs. মুগ৷ আদিৰ বাহিৰ ভিতৰত থকা পোক, পোকৰ ত্ৰিতিয় অৱস্থা the chrysalis of the silk worm. লেটাই, ড. লেটিপেটি কৰি, মিহলাই, চৰিয়া আদি মাটিত ট্ৰোচোৰাই, লে টাইত সুত৷ লৈ, সুতা লোআ জতন, to bedaub, to draggle, to reel thread preparatory to warping; s. a kind of reel. লেটাকুন্দাই, ড. মুগা৷ আদিএ লেট। টান বান্ধি, lit. to form a cocoon , hence to surround one's self with perplexities and difficulties. লেটাগটি , ৪. এবিধ তিত৷ লত৷ আৰু তাৰ গুটি, a species of vine and its fruit, medicinal. লেটিপেটি, a. লেপেট, লুতুৰি পুতুৰি, danbed, draggled, mixed up. লেটিয়াই, . লেট খুআইমিহলাই, the causative of লেটাই. লেটিয়ালেটি, s. সনাসনি, মিহলোআ মিহলি, a nutual dauhing, a mix . ing up of different things together. লেটেকা, a. লিকটা, tough, not easily broken . লেটেকু, s. এবিধ খোঅ1 গটি, a species of acid fruit. লেটেকুআ, a. গৰু মহ আদিৰ এবিধ চকুৰ ৰোগ, a disease of the eyes peculiar to animals. লেটেঙ্গপেটেঙ্গ, d. see লেঙ্গপেঙ্গিয়া, লেটেঙ্গা, লেটোআ, s. সনাবোকাত বাগৰামিহলোআ, লেটাইত সুতালোআ, the act of daubing. mixing or of rolling thread ; . besmeared &c.