সমললৈ যাওক

পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

সৰু 400 লুঙ্গলঙ্গয়া, ৫. চোৰৰ দৰে মনে মনে বিচাৰি ফুৰা বা কৰা, noiseless, sly, stealthy, wily, insidious. লচৰ কৰে, ad, বেগতে, খপৰাই, at once, without waiting. লচৰাই, লুটপুটাই, v. see লটপটাই, লটি, s. ফাল, কাতি, বাগৰ, side, direction, a turning over or about; | with খাই, to turn over. ল টিয়াই, v. বগৰাই, তল ওপৰ কবি, ওভােতাই, উবুৰিয়াই, to turn over, to upset, to turn about or upside down. টিয়ালিটি, ৪. বগৰাবাগৰি, ইকাতি সিকাতি, a turning from side to side ; with to, ad. from side to side. লুটিসুটি, ad. কাবৌকোকালিকৈ, বৰকৈ খাটিটি, importunately, with earnest entreaty. লুটুঙ্গপুটুঙ্গ, ৫. টুলুঙ্গভুট, কাতিকুত কৰা, অকলসৰ, অসােভা, rolling about, ( as a boat. ) লঠঙ্গঠঙ্গিয়া, ৫. অকলসবিয়া, কেও নাইকিয়া, নিৰাই, alone, solitary, unprotected, shelterless. লতুৰিপৰি , a. বোকাৰে লেটিপেটি হোআ, daubed, muddy, draggled; 737977, s. the act of draggling or trailing in the mud. হুৰ, a. ভাল বিচাৰি ফুৰা বা খে। আ ঘনে ঘনে গাই অভ্যাস হোআ, dainty, squeamish, luxurious in habits or in eating. লগুৰি, a. পানিত সিজো পিঠাগুৰি, rice flour gruel. লগুৰি পাভ, ১. এবিধ পাত মাচ, a species of fish. লনপদৰ, a. পুষ্ট, থোলেকা নোদোকা, fat, stout, fleshy. দুনিয়া, a. লোন জুক্ত, salt, saline. লুপ্ত, a. লােপ হোআ, গুচা, নাইকিয়া হোআ, disappeared, disused, obsolete, vanished, extinct, gone out. লভি, ) a. লোভ থকা, পৰৰ দৃব্য অলি পাবলৈ অতি ইচা কৰা, afm, 1 covetous, avaricious, grasping, fem. ogfa. লম্পট, ৫. বেস্যা, পাপ কর্মত যতি থকা, lascivious, lead, lustful; ৪. a libertine, lewdness, lasciviousness. লুৰি, v. ডকা দি, কাহি, খৰি বিচাৰি, সৰু খীল, লল, to pillage, to rob, to plunder; to gather firewood; s. a small drain, a drill for planting seed. লকা, ৫. লোকৰ দৃব্যাদি চই বিচাৰি ফুৰা, intrusive, meddlesome, officious ; s. the act of weddling, intruding &c.