পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

4{

লাচনিপাচনি, ৪ see লাঙ্গনিপাঙ্গনি, লাচিব৷টি, ৬. লাৰি চাৰি, ভালৰে। ভালটে। বিচাৰি, to pick out the best, to cull; al. by selection or choice. লাচিম, s. এবিধ মাচ, a species of fish. লাচে , a. এবিধ ডাতি ক, the hill Kosz, ( a species of Arum.) লাজ, a. লজ্জা, চৰম, অপমান, shane, modesty, shyees, disgrace লাজ কথাs. অবাচ্য কথানি লাভ , বেয়া মাত, obscence language. লাজ , ) s কাউ. লাজ চমধৌজ মজাত, modlesty, self respect. লাজবিজ্ঞ, লাজকুবিয়াa. চৰণ থকা, বৰ লাজ কবাbashful, mytlest, ওhy. লাঞ্চনা, s. see লন লাg, s. নেজ, উ4, সালি, সলগু, a tail; a. continuous, consecutive. লাট, a. লীন, সলগু, পাট সুতাৰ জোথা৷ cwinuousumbroken ; . ho tow or coarse part of Silk. লাটচি, s. এ বধ বন সাক, a species of wild esculent plant. লাটপাট, ৭. লাকটি পাকটি, লাব ভাব, খুচৰিয়া৷ বঙ্গ, thing of little wortli, odds and ends, লাটৰি, ৪. মুগা সূতাৰ বাচ ব৷ জোথা, the refuse or tow of Mooga silk. লাটিপুটি, ও লাকিলুক, লৰা দামুৰিএ কৰা ধেমালি বিসেন, childis» play frolic. লাটিম, ৪. লৰাৰ ওমলা কাঠব , a spinning top. লাটম, লাটুমলা, a. লাক বা, লাটুমৰ দৰে গোট ব , lit, like a top, hence, uিmpy, congulated. লাটুমলাটুম, ad. লা লাক, চপৰা চপকে, in lamp, n clots. লাটবি, ৫. টাকুৰিত কাটিবলৈ মাৰিত ভৰাই লো ভজ এৰি, a distaff for spinning the refuse silk of a cocoon. লাঠক, a. মুৰত চুলি নথকা, টকলাbald; fw. লাঠৰি লাঠি, লাটদণ্ড, a walking stick. লা-টো কৰি, . হাত উজান দি, বনত সহাই দি, to render slight assistance লাঙাসমি, ৪. বৰলা, নিৰাসমি, a bachelor ; without wife or children. লাতুৰমনি, s. এবিধ লতাৰ গুটি মাক গচ, এক ৰাতিৰ জোখ লোআ গটি এবিধ, the seed of the Abrus, used as a weight by goldsmiths. লাথি, a. পিচলৈ মৰ। ভৰিৰ প্ৰহাৰ, a kick backward. লাদ, s. জন্তুৰ বিষ্টাহাতিত অনা বোজা, animal ordure ; load of a burden carried by an elephant.