পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নেন মেণ্টৰ।, ৪. টেমুনা, এঠাইত বৰকৈ উখহ1, a tumor, a surelling. মেটৰামেটৰি, s. অনেক ঠাইত হোআ1 মেট, a collective noun, signi fying several spellings or tumors. মেটেকা, . এবিধ পানিৰ বন, a species of aquatic grass. মেটেকাতলি, মেটেকা থকা ঠাই, a place abounding with the মেটেকানি, above. মেটেৰ, s. টান বস্তু ভগাত উঠা সক, the sound made by the breaking of a hard stubstance, মেটেলি, ই. মেৰতলি, মেখোলা ব৷ চুৰিয়াৰ খোচোনা, তেলৰ কুপা আদিৰ ঠি ল1, that part of the edge of a mesela or suriya that is ucked in at the waist; the cork of an oil vessel মেটোৰমেটোৰ কৰে, ad. লাহে লাহে, ধিৰে ধিৰে, slowly, gently, lazily. মেঠ, s. অধিক পাবৰ আসাৰে দিয়৷ তাকৰ ভেটি, অৱ স্থা, a small present given with the hope of gaining some request, or of ob. taining something of greater value in return with পেলাই, to present the above; condition. মেঠনি, এ. বকত মেখেলা পিন্ধি তাৰ ওপৰত পথালিকৈ ৰিহ। বন্ধ', a woman's skirt that is worn over the breast; with মাৰি, to wear the same. মেঠনিয়াই, ৫. লেহেম কৰি, পলম কৰি কৰি, to delay, to loiter. মেঠোন, ৪. এবিধ পৰ্বতিয়৷ ব৷ বনৰিয়৷ সকত গৰু বিসেস, a species of wild mountain cow মেতৰ, ৪ . গ কটা হাৰি, a scavenger, a sweeper, a mehter. মেতৰনি, s. মেতৰৰ তিৰি, feuof the above. মেসি, s. মলি, গেদেৰি, lees, settlings, sedinent, scum . মেদন, a . গে ম, lees, sedinent. মেদমেদিয়1 , a. গেদগেদিয়া, চেপা, slow, inactive, turbid, roiled; not well baked, ( applied to pottery. ) মেদ , a. মাঠ, মেটা, চোকা নোহোআ, ঢেপা slow, inactive, dull, stupid. মেদিনি, ৪. প্ৰিথিবি, ভমি, the earth. মেদেলা, ৪, পুষ্ট, বন এবিধ, stout, fat; with চহকি, very rich . . সকত মেদেলি, ২. তেলৰ গেদেৰি, the sediment of oil. মেদে লুআ], ৪ . এবিধ ত্রিন বিসেস, a species of grass. মধ, s. সিস্যব কৰ তোলা গোসাইৰ লোক, one who collects the an . nual taxes exacted by hindoo priests from their d ciples মেনা৪. ওলোমা সিঙ্গিয়৷ মহ, a buffalo that has drooping horns.