পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিজি 48! মালাs. see মল. মালি, এ• বাৰিচোআ, ফুল তোলা বা স্থা মানুহ, এবিধ মাচ, a gardener, a species of fish; feam. মালিনি, a woman who prepares garlands. মালিহা, a. চহলা মহলা, মিচাই সঁচাই কথাৰ চাঙ্গ পত, the art of dissen. bling, feigning or pretending ; pretence, dissimmlation. মাহs. , দ পথ, ডেৰ কুবি দিনৰ সংখ্যামাটি মগু, আদি ডাইল, গাৰ চলিত থকা এবিধ টোপোবাa month ; a general name for several kinds of pulse ; a wart. মাহনি, . মাহ তলি, মাহ বোআ1 ঠাই, a field of pulse. মাহি, ৯. মাকৰ ভনি এক, সতিয়ৈ মাক, a maternal aunt, a stepmother. মাহিকটাs. এৰি মুগা আদিত মাখিৰ পোআলি হোআ, a sinal worm the egg of which is hatched in the cocoon মাহিলি, ad. মাহে মাহে, মাহে পতি, monthly. মাহদি লতা, ৪. এবিধ ঔসধব লতা, a species of medicinal tree. মাহেকিয়া, a. এমহিয়, এমাহ হোআ, of one anoth, a month old. মাহে মাহে, ad. প্রতি মাহে, মাহেপতি, erery month, monthly. মিকিৰ, পর্বতিয়া জাতি বিসেস, Mikir, a Hill ribe on the southern border of the Nowgong District in Ass; মিচলিয়া, s. মিচ। কথিয়া, অসত্যবাদি, a liar, am untruthful person. মিচাa. অসত্য, অম্বৰুপ, এবিধ ফু জ। মাচ, পকা ৰহিত জুবুৰি উজু কুহিয়া বৰ মিঠা দ্রব্য বিসেন, false, untrue ; s. a speciee of fish; a kind of sweetmeat. মিচাই, ad. অৰুপকৈ, মিচামিচিকৈ, falsely, untruly. মিচালি, ৬. মিচা কথা, অসত্যa lic, a falsehood, an untruth . মিচিকিয়াই, । ৫. অলপ হাস্য কৰি, মিলিক কৰে হাতি, to smile, to look মিটিকিয়াই, j pleased মিচিকিয়। ধাহি, মিলিকিয়৷ হাহি, a smile, a look of pleasure or of approbation. মিচিমি, . এক পর্বতিয়া জাতি বিসেস, Mishmee, a Tribe of mountain people on the N. E. border of Assan মিচিমি তিতা, s. এবিধ মিচিমি দেসৰ তিতা দৰব, a medicinal bitter herb found in the !ishnee hills, ishmi Tecta. মিচিৰি, a. এবিধ চেনি বিসেস, sugar candy. মিজিঙ্গমাডাঙ্গ, a. মাহিমুহা, জুলুকজা লাক, খবপোচ নকৰাঁslow motion ed, slow paced, lazy, sluggish.