পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মলয়া, s. অতি ওপৰ গগন, সুগন্ধি কাঠ বিসেম, the upper regions of spaces with চন্দন, sandal wood. মলয়াচল, s. ভাৰত বৰ্মৰ মলয়৷ নামেৰে এট। পৰ্বত, the lalog moun . tains answering to the western Ghats of India. মলহা, s. এবিধ কুহিয়াৰ, নদিৰ কোসত থকা এবিধ সকত খাগৰি, a species of sugar cane, a kind of large jungle reed that grow's ear water. মলাs. মোহৰ', ঘাঁহা, সৰু ঢক, ফুল মনি আদিৰ গ41 মালা, the dissolvin, of a substance by aceration, a small earthen vessel, a chaple , a garland, a reath, a rosary. মলাঃ, s. সৰু চৰু, কঠনিয়া মলাচক আৰু মলা, an earthen vessel larger than the above. মলাজপাs. মলা গুটিৰে নাম বা৷ মন্ত্ৰ জপ কবাthe repetition of the names of the deities on a rosary , মলামনি, ০. সোন পোআল আদিবে স্থা দিঘলকৈ ডিসিত পিন্ধা মনি, a necklace of beads, মলামুআ, a. মলা হেন মুখ থকাবহল মুখিয়াbroad faced, like the nola. মলি, s. ওগল, টাটবি, মল, ঘহি নিকা কৰি, ধপাতত গৰ সানি, dirt, filth of the boly; c. to rub, to press, to squeeze, to dissolve by aceration. মলিন, এ. টাটৰি বস্থামলি আক্ত, ফেন'বিষন, dirty, filtby, faded. মলিয়া, ৪. মলাগথা বা ফুল চিঙ্গি অন৷ লোক, one who prepares garlands . মলিয়াই, ৫. আমি আদিব ফুল কলি ধৰি, to set, (as young fruit.) । মলুআ, ৪. , ঢোল গোলৰ মুখৰ গোঠনি, মঙ্গহাল, গাল মুখ ধবা, a pecu: liar kind of binding used in securing the ends of a native drum ; a. fleshy, having a full face. মসিমুৰ, এ. মহিমুব, চুনিক্রিতচুন য়িমান, broken . চ5 মৈ, to atone ম স্তক, ৪. মুৰ, সিৰ, মথাthe head, the top. মস্তক, , a. সকত, বৰ ডাঙ্গৰ, large, stout, gigantic. মন্ত৭, 0 মথুল, s. নাৱৰ পাল তব। ঘূট1, a mast. মহ, ৪. মহিস, a buffalo. মত, s. তেজপুখোআ পতঙ্গ এবিধ, a musqmito. মহইটি, s. মহ বন্ধা ঠাই, a place where buffaloe are kept. মহগজাল, s. মই যখিরা, a keeper of buffaloes. মহদ, ৪. ভুখ, ৰয়া লোনৰ এক হাট বিসেস, a class of people .