পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ম-ময়1, a. মলমলিয়, সুগন্ধি, ভালৰি, fragrantl, favored, esteemed. ময়ৰ, s. মৰা চৰাই, the peacock . মৰক, s. মাৰি, মাউৰ, জহনি আদি, ভগাত বা চোবোআত উঠা সব্দ, mor• tality, plague, pestilence, contagion, a। epidemic; the sound of sudden breaking or of crus ng with the teeth. মৰকত, s. বহু মুলিয়৷ মনি এবিধ, an emerald. মৰকিয়াs. লোকৰ গাৰুৰে দুদিন হাল বাই এদিন পাল নিয়া হালোআ1, ploughing two days for the use of a pair of bullocks one day. মৰকুচিয়া, s.এবিধ লৰ মৰা খেতৰ, an imaginary evil spirit said to destroy little children. মৰকুটা৪. খেৰ কঠিয়৷ আদিৰ গুৰিত থকা জাবৰ, refuse straw, thatch &c. মৰগ, ৪. মহঙ্গ1, টান দৰ, scarcity, dearness, high price. মৰগিয়া৪. মহঙ্গাটান দৰৱ, high-priced, costly, dear, scarce. মৰঙ্গ, s. . সেীচৰ ঘৰ, ভৰি হাত ধোআ ঘৰ, a privy, a necessary. মৰঙ্গ চোআ1, s. ৰজাৰ হাৰি, মেটোৰ, a mehter or sweeper. মৰন, s. মি ত্য, মৰা, প্রান বিজোগ, death, demise. মৰনএদা, s. এবিধ ঔসধি এদ, a species of ginger. মৰনাs. গৰু স্নহ আদি ৰে খলাত মাৰিবলৈ পত। ধান ভাদি, the tread. ing out of grain by cattle . মৰপা, a. লে৷ আদি ঘ হ। জতন, ও বিসেস, a kind of file or rasp. মৰা ভাও জোৰা, s. মৰাৰ দৰে পৰি থকাসতঙ্গ জোৰ, a state of insensi. bility or the pretence of it , মৰম, s. চেনেহ, বেথা, মমত, affection, tenderness, compassion, sympathy. মৰমৰাই, 0, সুকান বস্তু ভগাত বা ভজ। বস্তু চোবোআত সব্দ উঠি, to make a rustling or cracking sound. মমৰিয়াa. গৰ্থৰিয়া, সুকান, মৰমৰ সবদ থক, very dry, having a rustling or cracking sound মৰমিয়াল, a. চেনেহ কৰ। জন, দয়াল , মৰম থকা, affectionate, kind. মৰল, ৪. চন্দ্ৰ সুৰ্জৰ মেৰৰ বাহিৰে পতা ঘুৰনিয়া চায়৷ ব৷ মণ্ডল, a halo, a circle around the sun or moon. মৰলিয়া, s. এবিধ সাক আৰু এবিধ গচa species of edible vegetable. মৰলি সাপ, ৪. এবিধ সাপ, a species of snake মৰলিপাক, ৪. মৰলি সাপৰ নিচিনা পাক, a coil, a winding or tortu. ous motion like that of the above snake. মৰসন, । ৪. খেমা , দোস তিয়াগ কৰা, সহা, forgiveness, forbear. মৰসা} ance, enduraee.