পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মচুআ, a. মচিৰ সমন্ধিয়, relating to fish. মচুৰ মাহ, s. এবিধ ৰঙ্গ। মাহ, a species of red pulse or lentil. মচোআই. মমাই, টোকাই, লিপাই, the causative of মচি, which see. মচোআগোম, ৪. এবিধ কলা সাপ, a species of black venomous serpent. মজ, s. গচ এবিধ, a species of tree. মজৰা, s. এবিধ কুঁহিয়াৰ, আৰু এজাত খাগৰি, a species of sugar cane a kind of jungle reed মলিয়, a. বৰ সৰু দইৰে। মাজব, মধ্যমিয়l, middling, molerate, medium. মজা, s. ঘাঁহা, তল জোআ, মোহ জোআ, a rubbing, sinking, an over whelning, fascinating; a , rubbed, overwhelmed, engrossed, absorbel, captivated, fascinated. মঙ্গাই, ৮০. ঘাঁহাই, তল নিয়াই, মোহ নিয়াই, causative of . the above মজাঠি, s. ৰঙ্গা বৰনিয়। লতা এবিধ, the Indian Inadlder. মজাঠিবলিয়া, ৫. মজ্ঞাঠিৰে বোলোআ, মঞ্জাঠিৰ বোলৰ নিচিনা, alyed with the Indian madder or resembling the color. মল্লামজিকৈ, all. মাজে মাজে, মাজে সময়ে, কেতিয়াবা কেতিয়াবা, ॥ow and then, occasionally, মজাবলি, . বিসাল পরআ এবিধ, a kind of venomous insect. মজি, ৬. মগ্ন হৈ, বুৰি, মোহ গৈ, to submerge, to fink, to be nentally absorbed in or wholly devoted to মজিন্দাৰ, ৪৯ আগৰ ৰজাৰ দিনৰ বিসই এখন, a head writer or account- ant of the old Assam kings. মজিয়া, ৪. ভাত খোআ ঠাই, ঘৰ ঘ মাল ঠাই, a dining roon, the Inid. ale apartment of a house, a.see, মইলিয়। মটক, ৪. মোআমবিয়া, মান, Mutuck, a district in upper Assam মটমট, । ৫. কোনো দ্ৰব্য মোটোকোআত উঠ। সক, কোনো কথা কৰিম। মটমটনি, বলি বৰকৈ কৈ থকা, a crackling wound মটমট কৰে, ad. বেগতে ভগাৰ সল, টটন কৰে, with a dry cracking sound. মটমটাই, ৮. মটমট সঙ্গ কৰি, to make a cracking sound. মমটিয়া, a. মটমটু সব্দ , টল্টনিয়া, মূকান, having a crackling sound. মটৰকবে, , ad. ঠনৰাই, ভগা চিগাত মটৰ সব্দকৈ, with the sound of snapping or breaking. মটৰ মাহ, s. এবিধ মাহ, peas. মটহা, a. লন্দন নোহোআ, মঠঙ্গা, সকত, ঠৰঙ্গা, coarselargestout, stiff, unbending.