পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভোতে। 48! ভোগামঠিয়া, a. সকত, লোঠোঙ্গ1, stout, corpulent, large ভোগৰে আতি, s. অতি উতম কপিত মাটি, a fertile soil for rice. ভোগ তি, ৪. পাতলি গঙ্গ।, the fabled Ganges of the infernal regions. ভোগাই, . ভোগ কৰি, সুখ কৰি, ভুক্তি, to enjoy, to suffer, to undergo ভোগালি, a. সুখ ভোগ থকা, সকলো বস্তুৰ ঠাই, happy, prosperous ; s, a place of plenty. ভোগোআ, a. সুখ ভোগ কৰা, তুঙ, possessed of plenty or happiness. ভেচক্ৰ, s. ডাঙ্গৰ সভাবৰ মেল, a large assembly; it. a large circle ভোচভোচ কৰে, ad. see ভভচ কৰে, ভোচোৰাই,ad. অকস্মাতে, বেগতে ভগ। বা নষ্ট হোআ, suddenly; applied to the breaking of earthen vessels. ভোজ, . বিসেস সকামে নিয়ন্ত্রিত লোকৰ ভোজন, a banquet, a feast. ভোজন, এ. খোআ, আহাৰ কৰা, the act of feasting, a feast, a repast. ভোজন পান, a. খোআ পিয়া, eating and drinking. ভোজনি, s. বিসেস সকামত দান কৰা চাউল মাহ আদি ভোজনব বস্তু, a voluntary religious ofering of food. ভোট, s. অচম দেসৰ উতৰত থকা এক দেস আক জাতি, Bhootam, the Bhootanese. ভোটএৰা, ৪. বঙ্গালি এৰা, a species of the castor oil plant. তোটভোটনি, ৪. নাৰিৰ গাজনি সব্দ,খঙ্গত অব্যক্ত পে কৈ থকা, a rumbling sound of the bowels. ভোটভোটাই, ২. অব্যক্ত সত্ব কৰি, গোৰগোৰাই, to rumble as above. ভোটমৰা, a. সাক এবিধ, a hemp the leaves of which are edible, ভোটমৰিচ, s. এবিধ সকত জলকিয়া, a species of large red pepper তোটা, a. ডাঙ্গৰ চাকি, বৰ অৰিয়াa large tamp, a torch used in hunting at night. ভোটাতৰ, ৪. বৰ তৰা, চাইঊৰিয়া সকত ভৰা, a large star, Venus, the erening star. ভোটোঙ্গ, । ৭. সুৱনি নোহোআ, লোঠোঙ্গ, অসুৱনি ডাঙ্গৰ, ugly, ভোটোঙ্গটোঙ্গ, coarse, large. ভোটে।ঙ্গ।াভোটো, a. বৰ বৰ একোট", লোঠোঙ্গালোঠোঙ্গ, thick, clumpY. ভোভোত্ন কৰে, ad. বেলি এপতি, বাৰে বাৰে, again and again, repeatedly. ভোতা, a. জোঙ্গ বা ধাৰ নথক। হোআ, ভোতোহা, blunt, dull. ভোট তাল, ৪. কাহৰ এবিধ বৰ তাল, a kind of cymbal . ভোতোৰা, a. সকত, ডাঙ্গৰ, নোকোহ।, large, stout, stubbed. ভোতোহা, a. see ভোতা, blunt, not sharp.