পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আখ অকটাa. ঘিন ঘান নাইকিয়া, খাবলৈ বেয়া, without disgust fear or aversion, unpalatable. অকি তাক, prom. ইটক সিটক, this and that. আকন, s. বিখ্য বিসেস, the name of a shrub. আকব, s. সোন ৰুপ আদিৰ ফলি, অৰ্থাত উতপনৰ ১ ই, ঘাই কাৰন, মুল, a mine, a quarry, origin, source. অকৰ্মন, s. টনাবলেৰে অনা ব৷ ৰখাattraction, the act of drawing; with কৰি, to attract, to dra, to influence. অ:কলন, a. কেঁচুআ, অবোধ নিচেই সৰু, not come to the age of rea son, youlg: immature. আকলি বাকলি, s. ই সি, অকামিলা বস্তজাবৰ জোথৰ, this and that things of no value অকাজি, a. বব কাটিব নজনাnot knowing how to weave or spin অক’, a. জাবৰনি হোআ, আঁঠি আনিয়া, এক , covered with rubbish, knee deep. আকাৰ, s. আক্রিতি, ঠগ, shape, figure, form, appearance. আকাল, s. ঐ কাল, দভিখ্য, খাবলৈ নাইকিয়া সমই, a famime, dearth. আকাস, s. সুন্য, গগন, ওপৰ, the sky, space, firmanent, above. আকাস বাতি, s. কাতি মহিয়৷ ৰাতি আকানত লগোআ চাকি, a lantern suspended on high by the Hindoos in October and November, a beacon আকাস মণ্ডল, s. আকাস মৰল, গোটেই আকাস, the circle of the heavens. তকানি, 1. আকাসত থকাআকাৰ, aerial, celestial. অকাসি গঙ্গাs. স্বর্গ গঙ্গাগঙ্গা নদিৰ আকাসত থকা৷ ভাগ, the milky way ; the heavenly Ganges of Hindoo mythology. আকাসি বানি, s. স্বর্গ বানি, ওপৰৰ পৰা কোআ বাক্যvoice or | a sound from heaven, or from above আকোৰ বাকোৰ, a. বেঁকেৰে।, কেঁকোৰা, বেকা বেকি, crooked, bent, curved. আবৌa. পুনৰাই, আৰুবাৰ, দুনাই, again, a second time, once more. আক্রমন, s. পৰাক্ৰম কৰি লোআ, আপোন বাহু বলে লোআ, আটকি ধৰ, a seizure, an invasion; with কৰি, to capture, to seize. ৰুপ, গহ, আকাৰ, মুর্তি, shape, form, appearance. আক্ৰোহি, a. পাবলৈ বৰ আসা কৰাদিবলৈ টান পোআ, কিপিন, কঠিন, grasping, miserly, avaricious অখজা, a. অনভ্যাস, নচলা, খোকোজা লগা, unpracticed, unskied, unaccustoned to.