পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

408 বিন্ধা বিননি, . গন বনাই কন্দাবিলাপ, lamentation বিনন্দ a. অতি ভাল, উতম, সুন্দৰ, superior, nice, fine, excellent. বিনন্দিয়া বিনন্দবিলাস, s. অময়। সুখ, অনেক প্ৰকাৰ সুখ, নান৷ প্ৰকাৰ অতি উতম, perfect happiness, ecstasy, bliss. বিন্বিনাই, D. বিবিলাই, সৰহিয়৷ পোক ওলাই সোমাই থক], to go in and out I sWarns (applied mostly to worms an nsects. বিনষ্ট, a. নাস, ধ্বংস, ঢ কুউআ, perished, destroyed, ruined, lost . বিনা, ৪. বিন, বাদ্য এবিধ, নোহোআকৈ, নোহোআতthe Indian lute; except, without, beside. বিনাই, . গন বনাই কান্দি, বিলাপ কৰি, to lament, to wail বিনাদমি, a. নিদুসি, নিজগৰিয়া, দাই দোস নথকাlau aultless, guiltless. বিনাদোস, s. অনাদোস, অপৰাধ নোহোআ, innocence, guillessness. বিনামূল্যে, নেই, ধন ব৷ বেচ নিদিয়াকৈ, freely, without price. বিনামোলে, ifবনাস, s. নষ্ট, ধ্বংস, উচন, নাস, destruction, ruin, utter loss. বিনাসক, a. ন টকাৰক, নাম কৰোতা, মাৰোতা, destructive, ruinous. বিনাসি, a. নষ্ট কৰা বা হোআ, চুকাই, সাণ কৰি, সংহাৰি, বিনষ্ট কৰি, perishable, destructible; c. to destroy. বিনাজুই, u. নিবাসু ই, অকলসৰিয়া, without refuge, unprotected . নিবাসুমে, ad. দুখ নোহোআকৈ, অপ্ৰয়াসে, সুচলে, easily, without effort বিনে, ad. ॥বাজে, বাহিৰে, উপৰি, except, aside from, without. of বিনৈ, ৪. ধানৰ গচৰ নিচিনা এবিধ ত্রিন, বিনুঐ, a species the tare or darnel that grows among grain and resembles it. বিনোআl, ৪. বিলাপ কৰা, সু অৰি সুঅৰি কন্দাwailing, lamentation. বিন্দু, s. । অনুস্থাৰ , জোল বস্তুৰ টোপাব৷ কনিকা, বির্জ, sign the nasal (, ) a dot, a point, a very little, a drop, seed, senen বিন্দুসাৰ, ৪. মুত্ৰৰ ৰোগ এবিধ, বিজ্যপাত ৰোগ, a disease of the uri. nary organsgonorrhoea. বিভ্রাবন, s. see ব্রিন্দাবন, ক্রি ে গৰু ৰখা ঠাই, বিন্ধন, s. বিন্ধা, ফটআl, boring, piercing or perforating anything . বিন্ধনা৪. বিন্ধা দিয়া অস্ত্ৰ, ভোহৰ, any piercing or boring instrument. বিষ্কনিফুটনি, s. সৰিলত খোচা বিন্ধা ৰোগ, cutting, griping pains. বিন্ধা, s. জলঙ্গা, ফটা, খোঁচা, বাট থকা, আহু ধান পাতলোআ জতন, a hole, an opening, a perforation an instrument for thinning out a field of grain. A ৭১