পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাদ, s. কঠাল আদিৰ ভিতৰৰ কোমল বাকলি, the covering of the pulp of fruit. বালি৪. ৰাতি উৰি ফৰ৷ জন্তু এবিধ, a bat; a general term used for the vampire &c. বাদলিচাকি, ৪. অনেক চাকিএৰে ওলোমাই থোআ দিপাধাৰ, a chande. liera branched frame or support for holding many lights বাদুলিসঁচাৰ, s. বৰ তলা এবিধ, a padlock. বাদ্য, s. ; ঢোল আদি বাজনা, an instrument of music or its music. বাদ্যভণ্ড, ৪. নানা বিধ বাজনা, a concert of instrumental music, mu. sical harmony. বাধক, a. নিবাৰক, হাক দিওঁতাকৰিব নিদিয়া, obstructive; ১. one wwho prevents, forbids or obstructs. বাধা৪. নিবাৰন, হাক, নিসেধ, hindrance, prevention, obstruction; with কবি, to hinder, to forbid &c. বান, ৪. নৈৰ ঢলচাম, বিধ, মাচ ৰখাজতন, কাৰ, পাচৰ সংখ্যাa food, an inundation, an even texture, a comtrivance for catching fish, a dart, an arrow ; this word is used figuratively for five. যান, ৪. বেচ, মুল্য, বাব, hire, pay, price. বানবাটি, ৪. খৰ লগা বাটি, a brass vessel with feet attached. বানবাৰিখা, । s. ভৰ বসাকাল, the season of floods. বানবাৰিসা বা21, ৪. হাতিৰ ঠেঙ্গ বন্ধ। উতন, a fetter for the feet of elephants. বানাত, s. বানত, নোমৰ কাপৰ এবিধ, broadcloth, woollen cloth. বানাৰচ, ৪. বাৰানসি, কাসি খেG, the sacred city of Benares, Kai বানি, s. কথা, বাক্য, প্লাতৰ পথালি, নৌকাৰ দ। তি, ধান খুন্দি, a voice, a saying, an utterance, readth of cloth, the sides of a boat, to clean rice from the husk বানিজ্য, ৪. বেপাৰ, বেহা, দোকান দিয়াtrade, traffic, commerce, barter. বানিস্তা৪. তাতত বোআ পথালি সুতাthe woof of cloth. বানেবানে, al. বিধে বিধে, চামে চামে, ভাগে ভাগে, in successive stages. বান্দৰ, ৪. বানৰ, a monkey. বান্দৰালি, a. বানৰৰ নিচিনা কৰাবান্দৰ স্বভাও ধৰা, apish, monkeyish. বান্দৰি, s. মাইকি বান্দৰ, তাত সালৰ নাচনি ধৰi, J em. of বান্দৰ, the female monkey, a pulley in a native loom. বান্দৰকেঁকোআ1, s• গ৷ খ জুউঅ1 এবিধ লতাব গুটি, a species of nettle. বান্দৰচেল,