পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাজে বাগিম্বৰি, s. সৰস্বতি, an epithet of Sorosucoti, called the godess of speech and eloquence বাঘ, ৪. এবিধ হিংসক জন্তু, ব্যাঘ, a tiger ; fem. বাঘিনি, a tigress. বাঘজাচোৰ। , s. কাইট সা ক এবিধ, a thorny shrub, (Pisonia Aculestia.) বাঘঢ়ক, ৪. দুই হাতৰ বৰ চাপৰ, a mode of punishment by striking with the palms of the hand joined together. বাঘমকৰা৪. এবিধ বৰ মক ৰ1, a species of spider. বাঘমৰিয়া, s. বাঘ মাৰি ফৰ। লোক, a tiger hunter . বাঙ্গকৰা , a. খাৰ টেঙ্গা নিদিয়াকৈ সিজোআ আ 1, বেয়া, কেলেহুজা bad, useess, worthless, mean. বাঙ্গপিটা, s. আপোনাৰ পিঠিত কোবাই ভাও দেখুউঅ, self flagellation or the pretence of it, the person wwho practices it. বাঙ্গবিঙ্গ, s. অৰ্থ নাইকিয়৷ কথা, বিজ বিঙ্গ বাঙ্গবাঙ্গ, jargon, gibberish. বাঙ্গি, s. ডাকত দিয়া টোপোলা, ডাঙ্গৰ বিধ চিৰাল, a package carried by post, a species of melon বচি, ৪. গন্ধ, মিহলি, scent, perfume, mixture of good and bad. বাচক, d. কওঁত, বুজআ1 জন, expressive ofexpressing. বাচকবনিয়া, a. ভালতকৈ ভাল, বাচি লোআ, chosen, select, best. বাচক, s. গৰু পোআলি, দামুৰি, a young cal. বাচি, . মিহলি গচাই, মাচ আদিৰ বাকলি পেটু গুচাই, to pick out, to select, to clean. বাচি লোআ, ৪. মনেৰে ভাল বিচাৰি লোআ, selected, chosen, picked. বাজ, s. বাহিৰ, আলগা, সমন্ধ নথকাপ্রাস, the outside ; a. without, irrelevant, public, not secret বাজ কৰা, a. বাহিৰ কৰাপ্ৰকাস ক ৰা, shut out, excluded, divulged. বাজনাs. খোল মিদং আদি বাদ্য, a musical instrument. বাজবন, ৪. বাহিৰ কাম, উপৰুআ কাম, out-loor work বাজি, ৪. টাটক বিদ্যা, বাদ্য আদিৰ সব্দ উঠি, sleight of hand, leger. demain; o. to sound, as a musical instrument. বাজিকৰ,"s. টাটকিয়ামায়৷ বিদ্য৷ কৰোতা, a conjurer, a magician, one who practices sleight of hand or legerdemain. ৪. বাচিনিৰ অলঙ্কাৰ, an ornament worn on the arm• বাজুবন্ধ, বাজে, prep. বিনে, বাহিৰে, তাৰ উপৰি, without, apart, aside from. বাজেবাজে, ad. বাহিৰে বাহিৰে, আলেঙ্গে অলেঙ্গে, নজনোআকৈ, out. wardly, in outard appearance