পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

382 বঞ্চি বচাই, 3. বাচ গচআইমাচৰ পেট আদি of বাচি. গচআই, causative ব চিগা, a. ডু ৱলি লোআত গৰুৰ কান্ধত ঘাঁহনি খাই ঘ। লগা, having a galled neck, ( as of oxen. বচেধৰ1, a. তামোলত পোকে ধৰাworm eaten, applied to betelnuts. বচেৰেক, ৪. এবচষ, one year . বচেৰেকিয়৷ , s. প্রতি বচৰত হোআ, এবচৰিয়া, a yearling; a. of one year. বচোআল, ৪. বৰুআ ফকন আদিএ ককালত পিন্ধ। অচমিয়া চৰিয়া বিসেস, a garment resembling a waistcloth, formerly worn by the Assamese nobility. বজবজাই, ৬. বেজ বেজাই, মুখ আদিত চোকা বএ ধৰি, to have a sharp pungent taste. বজাৰিয়াs. গুটি থকা সৰু আঠিয়া কল এবিধ, a species of plantain. বজৰুআ, a. বজাৰৰ, বজাৰত থকা, বজাৰ ৰ সমন্ধিয়, belonging to a ba Zaar ; s. a shop keeper. বজt, s. বাদ্য আদিৰ সব্দ উঠ, the sounding of a musical instrument. বজাই, 0, বাজনাৰ সন্ধ কৰ।ই, ঢোল আদি কোবাই, to sound, to play on a musical instrument. বজাৰ, s. বেচা কিনা ঠাই, দোকান, পহাব, a bazaar, a market place. বজাৰি, s. বজৰুআ, বেপাৰি, দোকানি, one who trades in a market. বজাল, ৪. এবিধ বনৰিয়৷ সৰু বাঁহ, a species of small bamboo. a. বাজৰ, বাহিৰৰ, আলিগা, outside, relating to the outside. বজোআ, s. বাদ্য কৰাa performer on a musical instrument. বজোআই, . বাদ্য কৰাই, the causative of বজাই, which see. বজোআৰপানিৰ আসফালৰ সৱ, the roaring of waves. , s. বজ, s. ইন্দ্ৰৰ অস্ত্র বিসেস, বিদুলিৰ মিল, চৰগ, a thunderbolt. বজপাত, ৪. বজ পৰা, চৰগ পৰা, the fall of a thunderbolt. বজাপানি, s. বজ হাতত থকা জন, ইন্দ্ৰ, কিৰ্পিন, কঠিন, a hard miser, an epithet of Indra tit. the holder of the l ghtning বজমই, a. বৰ টান, কটকটিয়া, সিলৰ নিচিনা, hard. বজলেপ, a. গাঠি আদি সোলোকাবলৈ বৰ টান হোতা, নেৰানেপেবা, hard, tight, difficult to unloose ( applied to a knot or fastening. বজাঘাত, s. বজ মৰা, বজৰ কোব, it. the striking of a thunderbolt, hence sudden calamity & c. বঞ্চনা, ৪. আসা দি নিৰসা কৰা, চল, deceit, fraud, imposition. বঞ্চি, 9. চল কৰি, আসা গুচাই, কাল নিয়াই, to deceive, to cheat, to delude, to impose upon ; preceded by দিন, to spend time