পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

80 বগ বকখকোআ, a. কথা কৈকৈ থকাবেকবেকোআ, বৰকৈ উতলা, babbling, a babbler, a bubbling up. বকৰানি, ৪. হাৰি জাবনিচআ৷ পেলোআ ঠাই, a jungly or filthy place. যকলাs. সাচি গচৰ চাল, the bark of the lansi tree, used for writing. বকহাবকহ, n. । বখলাবখাল, সোআদ নোহোআl, coarse grained and without sweetness বকলাa. বাকি দিয়া, ঢলা, poured out, spilled . বকুল, s. এবিধ সুগন্ধি ফলৰ গচ, a species of tree that bears a fra grant flower, (Mimusopo Elengi.) বকোভা৪. চলোঅ1, the causing to be poured out or spilled. বক্ত, s . কওঁতাকথকি, a speaker, one fluent in speech. <খন, ৪. বখ্যা কৰাকথা উলিয়াই বহুলকৈ কো অ1, commenting, ex. patiating, speaking disparagingly of others. বখানাবখনি, s. ইটে সিটে বাখ্যা কবাoral argument or disputation. বখল1, s. ডোখৰ, ভাগ, চপৰা, বখাআ, বঁটা, a lump, a flake, a clot. বখলাবখল, a. চপৰা চপৰ, ডোখৰ ডোখৰ, খাম লাখমল, lumpy, flaky &c. বখালিউআ, a. চেলোওআ, চাল বাকলি আদি গচ উআ1, ওপৰৰ গুচাই সৰ ভাগ উলিয়াই, the act of peeling or stripping of. বখলিয়াই, চ. ঢেলাই, বাকলি গুচাই, নিকোটাই, to peel, to remove the sk kin or covering. বখানি, ০. বাখ্যা কৰি, কথা কৈ বা উলিয়াই, to comment upon, to applaud, expatiate. বখিয়1, s. সিয়নি এবিধ, backstitching , (in seving. ) বখআ1, s বৌখা, বখল সটআৰ কুঁটা, the fibrous covering of plants, the outer leaves of palns. বগলি, ৪. মাচ খোআ বগা চৰাই এবিধ, a paddy bird, a heron. বগডিঙ্গিয়াa. বগলিৰ দৰে দিঘল ডিঙ্গিয়াlong necked like the heron. বগপঞ্চক, s. কাতিৰ সুক্ষ পথ্যৰ একাদমিৰ পৰা পাঁচ দিনিয়া পব, a fes : tival held from the eleventh of Iti, during which fish, fesh, and sexual intercourse are prohibited. বগবাa. বাগৰি ফুৰালোকৰ ঘৰে ঘৰে থকানিন্দাৰ মাত, rolling, vandering about, frequently changing quarters or employment. বগৰাই, গ. মাটিত পথালিকৈ যুৱাই, বাগৰ মৰ।ই, লুটিয়াই, to roll, to toss about from side to side as in pain. বগৰি, s. সৰু টেঙ্গ। গুটি, ফল বিসেস, a peacl , a plunm, (applied to several kinds of fruit.)