পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

373 ফোঁহা ফোপাউৰি, ৪. সাপ আদিৰ গোজৰনি, a ৷ hissing somnd, (as of a serpent. ) ফোপাত, s. এবিধ খজু উআর ত্ৰিন, a species of nettle. দ্ৰৌপাল, , । a. বিন্ধা থকা, মাজ ফ্রে পোল', spongy, soft and porous, ফোঁপোলি, hollow. ফোপোল', ৫.া বিন্ধা হোআ, ভোমোল,ৰেন্দl, hollow, spongy, porous. ৪. সৰু সৰু খহু, যুন, a pimple, a blotch. ফোহোৰা, ফোহাই, e. ফোহামেলি, সৰু সৰু খহু হৈ, to break out in pinpes or blotches কেঁচ৪. বতাহ আদি বেগাই ওলোআ সক, a sound of hissing of of hard breathing ফোচফে'চাই, ড. ফোচ ফোচ কৰি, সাপে গ জৰি, to make a hissing sound. ফোচোকা, s. হিলৈ আদিত লাহেকৈ উঠা সক, ঠেহেৰ কৰে উঠ , সন্ধ, an explosive sound (as of ignited gunpowder.)। ফোচোৰ, ৪. গাঠি আদি লাহেকৈ নোলোকোআত উঠ। সব্দ, ভাপ লাগি ফটাত উঠা সৱ, any low snapping sound as of a tight cord } & c. ফোৰ, s. প্রথমে ৰখাই লোঅ। সিয়নি, slightly tacking together, basting. ফোৰমৰা, s. সিয়া, সিয়নি মৰাsewing, stitching. ফোৰোহনি, s. গ তৃ মহ আদিএ নাকেৰে কৰ। সৰু, a sorting, snufing sound made by cattle. ফৌজ, s. সৈন্য সমুহ, troops, soldiers, an army . ফৌফৌআ, a. নি ৰস, গুৰি হৈ জোআ, dry, powdered. ফৌফৌকৰে, ad. পিঠা গুৰিৰ দৰে সুকান, like four, ealy, A ব, বকাৰ, গৰুৰ কান্ধ ব৷ গধন, ভঁাতৰ সুত। তোলা পকোআ জ ,This letter is pronounced like 6 in but at the end of words it becomes 10, and is written with a nark underneath, thus ৱ as নিৱ Hiwro, not Sib, or is changed into ও, স্বভাও, not scobhab as in Bengali; s. the neck of an ox, the cord that connects the treadles with the upper part of a loom. বই, s. ব্যই, ঢআ, টকা আদিৰ ভগন, খৰচ, expenditure, outlay, a wasting, diminution. বইনা, s. , চুটি চাপৰমূল্য দিবলৈ আগেয়ে দি উন, নিয়ম ত ৰূপে বখোআ অলপ ধন, বহনি, a dwarf, earnest money, a pledge. | বইনাকৰ, ৪. নিয়মিত ৰূপে মুল্য দিবলৈ আগ বাহি অলপ ধন দি ৰখা, বহনি কৰা, the giving a pledge, or money to bind a bargain.