পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

376 ফেৰ ফেটেঙ্গাফেটেগ, a. ফেৰেকাফেৰেক, ঠেঙ্গ বহলাই খোজ কথা, standing or walking with the legs far apart. কেলেঙ্গা, a. মেলাহি, মুকলি, flattened out, broad and shallo, ফেদখেদ ।ই, । ৬. অনর্থক কপে বহু কথা কৈ, to talk incoherently, to ফেফেনাই, j babble. ফেলফেদিয়া, a. মলিৰে পুৰ হোআ, আগ গুৰি নোহোআকৈ কৈ কৈ থক], roily, dirty, incoherent. ফেদা, ৪. মলি, গাৰ মল, filth, dirt, excretions. ফেঅ, a. মলিন, লেতেৰা, অসুৱনি, filthy, dirty, disagreeable. ফেদেলা, a. জাব ৰা, কাম ভালকৈ কৰিব নজনা, লেতেৰা, unskilled in ordinary work, slovely, disorderly ফেদেলি, a. লেতেৰি, গেন্ধেলি, আলাগি, fea. of the above; s. a slattern. ফেমেলি পুৰান, ৪. আগ গুৰি নাইকিয়া মিচা গপ, ফেলফোদাঅ, talking at random, idle chit chat. ফেন, s. জোল বস্তুৰ ওপৰত উঠা ফুটফুটিয়ামলি, foam, froth, scum : ফেনকুটিয়াই, ড. ফেবং ফদাই, অধিককৈ কথা কৈ, to foam, to babble. ফেনফেনিয়', a. ফেন ওলাই থকাফেনেৰে, foamy, fiothy ফেনাs. সাপৰ ফেট, এদ। আদিৰ বাহি জোআ চেপেটা৷ ঠেপুলি, the hood of a snake , a branch tuber. ফেনাই, ৩. ফেন উঠি, to cause to foam or froth. ফেনাধৰ1, s. ঠেঙ্গলি মেল, sprouting, throwing out tubers. ফেনি, ৪. এবিধ সোঅদ পিঠাa kind of leaveed cake. ফেনেকাa. হাত বা ভৰিৰে খাচা, বৰকৈ মোহৰা, mixed, incorporated. ফেনেকি, J. খছি, জোল কৰি, মোহাৰি, to mix, to incorporate. ফেনেফোতকাৰ, s. নদিত ফেন উঠি বৰকৈ পানি বহা, the swelling and foaming of a rapid food. ফেনোআ, a. ফেন উঠা, frothy, rising in scum. ফেপাa. অলপ দিনতে ডাঙ্গৰ হোআ, কোমল, of rapid growth, tender. ফেপুআ, a. ভেঁকুৰ, ফেকুন্দা, mouldy, mildewed. ফে, s. জোখত বহ। টুটা, ভেম, প্রবল, পেঁচ, মেখেলা চোলা আদিৰ তলৰ| বেৰ বৰ ঘেৰ, equality, affectation, show of pride, a haughty air, the width of a garment at the bottom. ফেৰধৰাs. সম্যাদি প্রবল হৈ গা দিয়া, জোৰ মৰা, the putting forth of ew foliage. ফেবপত , s. গপ মাৰি তুল্য হব খে জ, ভেম ধব', the putting on of airs, affectation