পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

পোলা 350 পোতাসাল, ৪. বন্দিশাল, ফটিক, a prison. পোন, a. প্রথম, বেকা নােহোআ, সৰল, সলসলিয়া, ঠাক, কুৰি গণ্ডা, straight, plain, sincere, four twenties or eighty. পোনতে, al. অদিতে, প্ৰথমতে, at first. । পোনৰ, s. অাদিৰ, প্ৰথমৰ, the first, the preceding, the former. পোনা, ৪. মাচৰ পেআিলি, পােজিক মত মৰমৰ মাত, young fish, small fry. পোনাই, . পোন কৰি, থিয় কৰি, to straighten. পোনেই, ৫. অৰ নোহে। অকৈ, প্রথমেই, directly, straightway, at once. পৌনেপোনে, ৫. নিঘে দিঘ, বেকা নোহোআফৈ, প্রথমে, খপৰাই, straightforward, at once, at first. পোনোআ, ১. বেকা বা ভাজ গুচুআ', পোন করা, the straightening of any. thing crooked. পেন্দিাই, . কোদোআকৈ ধৰি, চ; ঘোপা কবি, to frown. পোন্দোআপুন্দিকৈ, ad. চকু ঘােপাকৈ, কোন্দোআ কৃজিকৈ, frowtingly, with an angry countenance. পেন্ধি, s. চুৰিয়াৰ আগ বা পাচ খেচনি, the end of a waistcloth that is tucked in behind. পোৰে, a. দই আৰু পচ, fifteen. পােৰন, । s. গাত তাপ ধn, মৰমনি, জলা, a burning or conflagra পােৰনি, tion, all inflamation, পোৰা, ৫. জুইত দিয়া, দাহ করা, চেঙ্গচে ভক্তফোআ, ৰবমোআ, burnt, roasted, scorched, bruiled, pungent. পোৰানি, s. জুয়ে পোৰা ঠাই বা হাৰি, a burnt jungle, পপৰািপিঙ্গলা, s. এবিধ খছ, a kind of cutaneous disease. পোৰেকি কৰে, ad, বেগতে, মুহুতে, quickly, easily. পোলোলতি, ৪. সত। বিসেস, কোবেলালতি, পটোলৰ গঢ় বা গুটি, a cucurbitaceous plant, the Tricosanthes divisa. পোৰোহিত, ১. জাজক, দহ ক আদি কৰোআ জন, a priest. পােপোৰকৰে, ad. বাবা বা সোধ পোচ নোহোঅকৈ, খহটা নধৰি, চৰ Pa, at will, without obstruction. পোলা, s. বেৰৰ চক বা দুঅাৰ মুখত বন্ধ। মুঠা, অটি, কোচা, reeds bound over the corners or ai the doors of a reed partition. পােলাকটা, s. ঘৰৰ চুক বা দুঅাৰ মুখৰ আটি কটা, চোৰ, one who cuts the above, hence a thies. পােলাপােল, ১. আটি আটি, মুঠামুঠ, কোচাকেচি, many bundles, an abundance, a large quantity.

Cl