পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

356 পেন পেচপতা৪. ঠেহ পতাৰোহ পতাওফোন্দ লগ1, the act of sulk, পেচসগা, 9 ing or pouting. পেঁপা, ৪. বাদ্য এবিধ, a kind of vind instrument. পেপাবলা, a. বেগতে বহা, কে মিল, সল। বল', of rapid growth, tender. পেপআ, ৪. বিছুর্তি, বিগ্যান, বিতত, বিমোহ, surprise, astonishment পেপআ1 খোআ, a. বিছুৰ্তি হোআ, তত হেৰোআ, filled with surprise. পেঙ্গ, a. see কে প, a thora &c. in the ground. পেঙ্গা, 2 a. খোৰ। বিসেস, অলপকৈ খোৰাই জোআ, haltlame, পেসুৰ, crippled . পেজুৰি . খোৰাই ফুৰা তিবি, a lame wornan. , 8 পেঙ্গেলিয়াই, ড. উলাই কৰি, নিন্দা বা খেনি কৰি, to mock, to deride. পেঙ্গেলাপেঙ্গেলি, ৪. পৰসাৰে কৰা৷ উলাই, mutually mocking or deriding. পেটউদৰ, গৰ্ভ, মন, অঃসই, the belly, the abdomen ; flg. the , s. mind, the secret feelings, পেটকামোৰনি, s. পেটৰ বিস, a griping pain in the bowels. পেটকুৰুচিয়া, । ৪. পেটত অনেক কথা ৰাখি থোআ, কপটিয়াhyp0- পেটকেনিয়া, crItical , insincere, holding a grudge. পেটগাজনি, s. পেটৰ সন্ধ, গোৰ্গোৰনি, a rumbling of the bowels. পেটর্গোঁজনি পেটপোহা, s. উদৰ প্ৰতিপল কৰা, working for nere subsistence. পেটবোআ, ৪. পেট চলা, a purging of the bowels. পেটাa. পেট থকাহেঁচ। বা৷ গচকাত চেপেটা৷ হোআ, having a belly , attened by pressure. পেটাউঠা, । ৫. চেপেট। হোআ, পেটেকা তোলাcrushed, jammed পেটাতোলা পেটাজাৰি , ৪. ধোবা আদিৰ পেটত বন্ধ1 জৰি, a girth, a belly band. পেটাৰি, s. বেঁতৰ জাঁপা বিসেন, a kind of clothes basket. পেটাল, a. বৰ পেট থকাগেলে, corpulent, pot-bellied. পেট, s. মাচ আদিৰ নাৰি ব৷ ভূ ৰু, the entrails. পেটআ, a, see পেটাল, corpulent. পেটলি, a. পেট ডাঙ্গৰ তিৰি, গেৰেলি, গৰ্জিান, fam. of the above. পেটেকা, a. চেপেটা, পেটু ওলোআ, crushed, jammed, flattened. পেনপেনাই, 3. কেনকেনাই, লৰইি নেৰাকৈ কান্দি, to make a low monotonous sound as of a child crying. পেনপেনিয়া, a.। থিৰ থিৰিয়া, নিসনিৰে থকাপানি আদিৰে উথলাপেন- পেনাই থকা, continuous, (as of rain) soft, slushy.