পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পব পুৰি, . দাহ কৰি, বস্মৰমাই, নগৰ, to consume with fire, to burn; s. a town, a city. পুৰিয়া, a. এপুৰা ধৰা, সেন্দুৰৰ টোপোল। বিসেস, holding a purg or fifteen seers. পুৰুস, s. মানুহ, পুমান, a man. a male, a person , an individual; in hindoo philosophy the word is used for the embodied spirit, the human soul; a generation, as তিনি, পুৰুস, three genera- tions, ওপৰ পুৰুস, former generations. পুকসানু ক্রমেad. পুৰুস ক্রমে, পূসৰ পাব! পুৰুসলৈ, in lineal succes sion, from father to son পুসার্থ, ৯. চেষ্টা, কাববাব, উপাই, জতন, exertion, labour, efforts, pnins. পুৰুসালি, ৪. সাহ, পুসৰ গুন, সাহিয়াল, courage, manliness; al. valiant . পুৰুসিয়াa. জগ মিয়, অনেক দিনিয়াancient, of many generations, পুৰুষে পুৰুসে, ad. পুৰুসানুক্রমে, from generation to generation পুৰুষোত্তম, ৪. উতম পুকস, বিষৰ এক নাম, an eminent man, a title of Vishnoo. পুৰৈ, ৪. লতা পাচলি বিসেস, a species of esculent plant. পুৰৈয়া, a. পক৷ পুৰৈ গু টৰ বনিয়াচলৰ ৰোগ বিসেস, of a reddish color. like the seeds of the above a cutaneous disease. , a. পুব, ভৰাসিধি, fulcomplete, filled, perfected. পূর্ন অৱতাৰ, s. ভগ ॥ন্তৰ প্ৰধান অৱতাৰ, ভাগ }তব মতে ক্রিষ্ণ অৱতাব, a chief incarnation, generally applied to Khrisnoo in the Bhagawat in other shasters it is applied to Ram, and to a Nor King, পুনশ্চন্দ্র, s. পুনির্মাব জোন, the full moon. পুর্নপাত্র, s. ভৰাপাত্র, জোখৰ বৰ ভেজনি, a full vessel পুর্নব্রহ্ম, ৪. পৰম ইস্বৰ, পৰম ব্ৰহ্ম, the all perfect, God. পূৰ্ণিমা, । ৪. পুনমাসি, জোন পূৰ হোআ ; তিথি, the day of the full পুনিমা, } moon পুৰ, ৪. আদি, আগ, আগৰ, প্ৰথম, the beginning ; a. former, pre ceding, prior, anterior. পৰকলিয়া, a. অগিৰ কালৰ, ancient, former . পৰ্বকাল, s. আগৰ কাল, ভত কাল, former times, the past . পুর্বাদন, s. আগ দিন, জোআ দিন, কালি, the preceding day, yesterday. পুর্বদিস, ও পুব ফাল, সুৰ্জ ওলোআ৷ ফাল, the east. পূৰ্বপুৰুস, s. আদি পৰুস, উপৰি পুৰুল, forefathers, first parents, progenitors, ancestors.