পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাল ৩ পানোআই৪. কানি পান খোআ জন, an opium smoker পানধোআl, s. পাত্র বিসেন, a round metalic dish. পাপ, s. ইস্ববৰ আগ্যা ভঙ্গাদোস, কুকৰম, sin, guilt, crime, wickedness . পাপগন্ত, a. পাপত পৰা, পতিত, fallen, involved in sin. পাপগ্রহ, ৪. ৰিষ্ট গহ, কগহ, an inauspicious planet. পাপাত্মাs. দুষ্ট, চইতান, a wicked disposition, a devil, Satan . পাপি, ০ি। a. অধর্মি, পাতকি, নকি, wicked, sinful, depraved. পাপিষ্ট" পাব, ও . দই গাঠিৰ মাজ ভাগ, the part between two joints. পাভ, s. বাকলি হিন সৰু মাচ এবিধ, (pronounced pabdo.) a small fish. পাভটি, s. খুঁটা পুতি সজা সৰু চাঙ্গ, a smal! shelf or platform. পাম, s. দৰৈ ৰ খেত, খাত, a farm, an outlying cultivation. পামৰ, a. নি9, অধম, অগ্যানি, nেean, vile, sinfulunworthy, ignorant. খিত সিজোআ৷ ভাত, পৰমান, পাহ, rice boiled in milk. পাৰ, s. নৈৰ গৰাৰ গুৰি, দীতি, সিমানিস্তাৰ, a river bank, a border , an edge a shore a crossing over. পাৰ, s. পোহনিয়া সৰু চৰাই এবিধ, (pronounced pano.) a dove. পাৰ কৰাs. নৈৰ সিপাৰলৈ নিয়ানিস্তাৰ কৰাcrossing over, deliverance. পাৰ ধৰা৪. #াতি উঠি পৰাthe healing up of the sides of a sore . পাৰ, ল, ৪. এবিধ গচ, পৰল। বৰনেৰে মাইকি গৰু আদি, a species of tree. পাৰসৱ, s. সু দিৰনিত বামুনৰ হোআ লৰা, the child of a sudra mo. ther by a bramin father. পাৰা, s. ৰস, ধাতু বিসেস, quicksilver. পাৰি, , সমৰ্থ হৈ, ওখৰ পৰা বিখ্য আদিৰ গুটি চিঙ্গি, ঢাৰি পাটি। মেলি, কাপৰৰ দাতি, to be able; to gather fruit, to spread down; a line or row, as the teeth; with দি, to cross over. পাৰিজাত, s. দৈবিক ফুলস্বৰগৰ ফুল, a fabled flower in the hindoo paradise. পাৰিসদ, s. দেৱতাৰ লগত থকা৷ অনুচৰ, an attendant of the gods. পাৰেমানে, ad. সক্তিএ আঁটে মানে, সাধ্য মানে, as much as possible, to the extent of one’s ability. পাৰ্গত৫. নিপুন, চৌকহ, পৰা, learned, skilful, accomplished. পাচি, s. এক দেস বা ভাসা, Persia, a Persian . পার্বতি, ৪. দর্গা, উমা, হিমালইৰ জিএক, a name oft Doorga. পাল, s. জাক, কোনো বিসয়ত গাই পতি পৰ৷ ভাগ, নাৱত বতাহ ধৰ৷ কাপৰ, a fock, a berd, a drove, a turn in rotation, a sail.