পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰ পমোআ, a. জোল কৰা, দুও কৰাmelted, dissolved. পয়াৰ, ৪. পদ, চন্দ, শ্লোক, metre, verse consisting of two lines. পৰ, a. অ্যান, নিলগিয়া, বেলা, প্ৰহব, other, another, after; s. a stran• gcr, the fourth part of a day or night. পৰকাল, ৪. ভবিস্যত কাল, সিহলোক, another world, a future state. পৰঙ্গনা, s. ঢেকেৰিৰ গাও ব৷ মহল, a district, the Dhekeri country. পৰঙ্গিজাল, ৪. মাচ মৰ। জাল এবিধ, a kind of fish-net পৰাঁয়া, s. লোকৰ , ভূত প্ৰেত আদিৰ চিন্তি, a ghost, an apparition. পৰচেষ্টা৪. ভত আদিৰ দোস, an offence against an evil spirit. পৰ জন্ম, ৪. সি জনম, পৰকাল, the next birth. পৰজাত, a. আনৰ পৰা হোআ, born of another, fostered by a stran ger, adopted. পৰ ত্ৰ, , ad. পাচে, পৰস্তে, আগলৈ, afterwards, bye and bye. পৰত্ৰে, } পৰদি, . সাৰে থাকি ৰাখি, সাৱধানে থাকি, to watch, to be vigilant পৰদখাs. লোকৰ দখ, another’s sufferings. পৰদেস, s. বিদেস, অন্য দেস, another country. পৰ দেসি, a. বিদেসি, আন দেসৰ, of another country; s. a foreigner. পৰ দ্ৰোহি, a. লোকৰ অনিষ্ট কৰ্বোত', হিংসক, injurious to others. পৰ পুৰুস, ৪. আন মানুহ, উপপতি, another man, a stranger, a gal . lant, a paramour. পৰব, ৪. see পব, পৰম, a. অতি ভাল, উতম, প্রধান, chief, best, excellent, supreme. পৰমগতি, s. সজ গতি, মুক্তি, the obtaining of heaven . পৰমগ্যান, ৪. ই ঘৰ বিসয়ক গিয়ান, ধৰম গিয়ান, divine knowledge. পৰম পুৰুস, s. ই স্বৰ, God, the most excellent. পৰমব্ৰহ্ম, ৪. পবম স্বৰ, the supreme being. পৰমাত্মা, ৪. বক্ষ, ইস্বৰ, God, the supreme spirit. পৰমান, ৪. সৰু সৰু কনিকা, ধলি পৰিমান, an atom, a particle of matter. পৰমান্ন, ৪. গাখিৰেৰে সিজোআ ভাত, পায়স, rice boiled with milk পৰমায়, s. আয়স, জিয়াই থক। কাল, a life time, an age ; preceeded by অনন্ত, eternal life, endless happiness. পৰমাৰ্থ, s. অতি উতম বিসই, স্বৰুপ অথ, ইস্বৰ বিসয়ক গ্যান, সত্যthe chief good, an excellent or spiritual object. পৰমাৰ্থিক, a.। ধার্মিক, ইস্বৰ পৰায়ন, সুধ, সত্য, spiritual, holy, excel. lent, true, religious.