পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পকোআজকোআ, 3.0 ঘৰি পকি ফুবাআওপাক সোপাকে গাঁঠি খোআ, wandering about this way and that. পখ, s. . see পস, মাহৰ আাধা ভাগ, পখৰ, a. কেইব৷ বৰনিয়া, ৰোগ বিসেস, কুঠিয়া, spotted, leprous. পখৰাচিতৰা, a. নানা বৰনিয়া, চিত্ৰ বিচিত্ৰ, pie-bald, variegated, পথ, ৪. তামোল গামোচাৰ তলিচাতৎ, অসম ৰজাৰ দিনত পিন্ধা পাগৰি বিসেম, a cloth used for carrying tamul pan and accompaniments, a kind of urban. পগলা, a. ধোআ, পানিৰে নিকা কৰাwashed, rinsed, cleansed. পখালি, ৬. ধুই, প্রখ্যালন কৰি, to w ash, to cleanse, to rinse. পৰি, চৰাই, উনিয়াজন্তপক্ষি, a bird, a fowl. পৰিওআ, . পাৰি গু ওআ, টুলি আদি পাহ পাহ কৰাplucking the featberg of a bird পখিয়াপখি, s. চুলিয়া চুলি, খুটিয়া খুচি, চলি আহি আছোৱাstriking with the wings in fighting, quarreling, rangling . পথিৰাজ, s. গণ্ড পখি, চোকা, বেগি, Goruna, the regent of birds, on which Krishnoo is mounted; a. charp, cutting, quick. পখিলা৪. পোক পলুৰ উৰি ফুৰা পতঙ্গ, a butterfly. পখ্যএ. মাহৰ এফাল দিন, পখা, ফান, ফলিয়া, বোগলৈা হিত বস্তুthe half of a lunar month, a wing, side, party. পখ্যপাত, a . এট।াৰ ফলিয়। হোআ, এফলিয়া, favoritism, partiality &c. পথ্যপাতি, a. এটাৰ ফালে ভৰ দিয়া, partial, leaning to, hoetile. পগলাa. সলিয়া, উমত, বাতুল, সিৱৰ এক নাম, crazymad , intoxi , . cated, an epithet of Hiwo. পগাই, ৫. সিজাই, ধাতু আদি টোল কৰি, to boil, to cook, to mclt. পগোআ, a. তপতোজ, ধাতু আদি জোল কৰাboiled, melted, refined. পঘা. গৰু বন্ধা ডোল, rope for binding cattle. পঘাগুনঠি, । . পঘাৰ আগৰ গাঠি, এবিধ মোৰ, the knot of a alip .noose পঙ্ক, . বোকা, mud, mire. পঙ্কজ, s. lপদম, কমল, tit. sprung from mud, the lotus. পচতিয়া, ও উসধ গচ এবিধ, a species of medicinal plant. পচৰঙ্গি, s.া টেকেৰি ৰজাৰ ডাঠ কাপৰ এবিধ, a kind of coarse silk cloth. পচলা, ৪.খাবলৈ কটা৷ সৰু কলা পুলি, the tender shoots of the plan= tain tree when used as an article of food. পচ, ৫. গেলা, পুৰনি হৈ জাহ জোআ, এৰিয়া আদি তাতৰ তাহোন, rotten, putrid, corrupt, tainted, a sizing used in wearing silk.