পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

28 নেগ নুৰিয়নিৰি, , পকোআপকি, intertvined, twisted together. ন ৰুচা, a. ইচা নোজোতা, খাবৰ মন নোজোঅl, disinclined, averse. নলটি, ৬. নুভতি, ঘুৰি নাহি, not to return লিয়াই, o. বাহিৰ নকৰি, প্ৰকাস ন কৰি, not to bring out or expose নুলুকাই, , নেচাকি, গুপুত নকৰি, not to conceal. নুসুজাa. দুর্গন কৰাধাৰ ৰ ধন নিদিয়া, noxious, indebted, unpaid. নুফ্ৰাধ, D. সোধ পেচ নকৰি, not to enquire or investigate নু সুনা, a. কানত নপৰা, নমনাunheard of, unheeded. নসনি, s. কানত নপৰি, নেমানি, not to hear or heed. নহন হিয়া, a. নোহ নোহাই থকা, দুখত কেঁকোআ, moaning, uttering a lo ory stifled groan. নুহুহঁকি, J. পাচলৈ নগৈ, নলটি, not to turn back. নে, অব্যই সক, সোধা বা নকবাক বুজাই, a particle used interrogatively or negatively in composition with verbs. নেউচি, ১. নেওচা দি, ঠেঙ্গৰ তলে সৰকাই, to treat as despicable. নেউঠি, a. কপাহৰ গুটি গচাই, to separate cotton from the seed নেউল, ৪. নেল, এবিধ জাত, an ichneumon or mangoose. নেওগ, s. বিসয়া বিসেস, in former days a superintendent of tekelas. নেওচন, ) ৪. ডেও অ, ঠেঙ্গৰ তলে সৰকাই পেলোআ, the act of stepping নেওচ1 , , over or treating as despicable. নেওচনিখোআ, a. চদকা খোআ, গবি হ1 খোআ, despised, abused. নেওঠনি, s. কপাহৰ গটি গ;আ৷ জন্ত্র, তৰি, a native instrument for cleaning cotton from the seed. নেওঠাs. নেওঠনিৰে কপাহব গট গচউআ, the separating &&c. as above. নেওতা, ৪. অহ্নৰ গননা, the Multiplication {'able নেকনেকনি, s. বৰ বৰখুন আদিৰ সন্ধ, any pattering sound, as of rain. নেকনেকাই, . নে কনেক সব্দ কৰি, to patteras falling rain নেকনেকিয়া, a. নেকনেক সব্দ উঠা, গধুৰ ভাৰ, having a pattering sound. নেকেৰা, ৪. এবিধ লাহি ধান, a species of paddy . নেকেহ, s. পেলাই দিয়৷ সর্ব, থেকেচা খোআ সব্দ, the noise of falling or of throwing down violently. নেকেহ কৰে, ad. ধুপুৰ কবে, নেকেহ সব্দকৈ, with a heavy sound. নেকেহা, a. সকত, ডাঙ্গৰ, গধুৰ, stout, heavy. নেগুৰ, ৪. নেজ, জান্ড আদিৰ পাচৰ ওলমি থকা ভাগ, সেস ভাগ, ফান্দ, the tail of an animal; the hinder part. নেথুৰিয়া, a. নেগুব থকা, পোক এবিধ, having a tail: ৪. an insect N