পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দাৰো 29। মানকৰাa. দান দখিন। দিয়, বিনা মল্যে দিয়, given, bestood, betrothed. দান পত্র, ও দানব নিবন্ধ পত্ৰ, a will, a testament, a legacy. দানৱ, a. অসুৰ, দেবতাৰ অবি, দনুজ, দৈত্যa demon, a fiendl, a giant. দানসাগৰ, a. হিন্দুৰ এক প্ৰধান দান, এখন পুথিৰ নাম, benevolent, giving generously, the name of a shaster মানি, এ. দান কৰা মানুহ, দিব পাৰোতাbountiful, liberal, benevolent মানিথোস1, s. বেলিএ বেলিএ লাভ পোআ, খেল আদিত জিকা, one who WIns a prize or game. । দাপন, , দাপোন, কাহৰ মুখ চোআ পাত, a metalic mirror. দাপনি, e. ডাবি, হাক, বাধা, reproof, rebuke; with কবি, to rebuke ; witlh খোআ, reproved, rebuked. দাপি, 1. ডাবি দি, দাপনি কৰি, to reprove, to rebuke. with দাব, . খুৰা লগা হোৱা আদি ৰ তেজি, a hoof print of a horse ; মৰা, the making an impression with the hoof. দমি, s. হাদাম, সৰহ, বহু, a heap, much, many. নমিকলা , ৪. বন কলা এবিধ, a species of plantain . দামদুম, ৪. চেপো, বেঁতকুৰি, ধুম ধাম সঙ্গ, a small stinging insect, a loud continuous noise দামবন্ধা, a. হাঁদাম বন্ধা, অধিক হোআ, collected together, heaped up. দামুৰি, ড. গৰুৰ পোআলি, দমৰা বা কান্ধুলি, a sucking call. দামোদৰ, a. চৰ এক নাম, an epithet of Krishnoo. সাভিক, এ. দণ্ডালি, দৰ্পি, গবি, proud, imperious, over bearing. দয়ক, এ. দানি, দিওঁতাbountiful, liberal, giving s, a grver used also in composition, as ভইদায়ক, causing fear . দয়াs. মৰম, ক্রিপ অনুগ্রহ, compassion, tenderness, mercy, favour দায়ামই, . মৰমিয়াল, দায়া কৰোভা, merciful, gracious 9 দায়ান, . দয়া র্যষ, ক্রিপাল, merciful, compassionate, gracious . দাৰ, ৪ . মচি আদিৰ মুখৰ ঘন দাত, the teeth of fish or reptiles . দাবন, ১. বিদাৰন, ফলা, চিৰা, the act of tearing, rending or splitting দাবমুখ, ৪. ফিটকিৰি, এবিধ খাৰ বাখৰ, alum. দাৰা. ভাজা, তিৰোতাঘৈনি, a wife. দাৰুক, ক্রিৰ সাৰথি, Krishnoo's charioteer. দাৰু ন, a. ভয়ানক, কঠিন, নিষ্ঠ ৰ, terrific, awful, horrible, cruel. দাৰোগা, a. চকিয়াল বৰুআ, থানা ফাটক আদিৰ কৰ্ম চলোআ প্রধান a native head oficer of police, a superintendent.