পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

27) তাল তামি কহও তাম অৰুি কাহ, টান, সকত, an alloy of brass and copper ; irnm, strong (as the above alloy.) তাম ব ৰনিয়া, a. তাম বর্নেৰে, অলপ ৰঙ্গা, copper colored. তামসিক, a, ভম গনিয়া, dark, dull, inert, stupid, see তম . তামি, s. তামৰ বাটি, a copper cup. তামুলি, s. গু আ৷ কটা, a class who prepare tamul for the nobility. তামুলি ফৰিঙ্গ, s. এবিধ ৰঙ্গ। ফৰিঙ্গ, a species of grass-hopper. তামোল, ৪. তামুল, গুআ, the tamul or arica nut. তামোল পান কট, ৪. চোআলি খোজাৰ নিব ন্ধ, the ceremony of eating tooul parm together at asking a girl in marriage তাম্ব , s. কাপৰৰ ঘৰ, a tent. তাৰ, s. বিন আদিৰ গুনা, উচ্চ স্বৰ, সেইটোৰ, the string of a musical instrument, a shrill note; promhis. তাৰক, ৪. নিস্তাৰ কৰোতা, এান , তাঁৰোতl, a saviour, a deliverer ; effectual for salvation or deliverance. তানs. পাৰ হোআ, নিস্তাৰ, crossing a river, getting through a difficulty, the act of saving, salvation তাৰনা, ৪. দুখ, , জাতনা, suffering, persecution, threatening, expulsion. তাৰাপতি, s. চন্দ্ৰ, নিসাপতি, the moon. তাৰামগুল, s. তৰ৷ সমুহৰ থান, the starry region or firmament তাৰি, D. নিস্তাৰি, উধাৰি, বোআত ঘন কৰি, to save, to deliver, to extricate, to press the splints of braided work or the woof in the loom sose together. তাৰিখ, s. মাহৰ দিনৰ সংখ্যা, the date or day of month. তাৰিনি, ও উধাৰ কGি, দর্গা, মাত্ৰি, a female deliverer, a mother . তাৰে, a. সেই ঠাইৰ, সেইটোৰ, belonging to that person place or thing. তাৰোতাa. উধাৰ কৰোত, ত্রানকর্তাsaving, delivering; s. a saviour. তাল, ৪. গচ এবিধ, কঁহৰ জোৰ বাদ্য, হাত চাপৰি বোআ, গানৰ পৰি মান, the fan palm or palmyra tree; with বোআ, the striking together of the hands, or of cyInbals, beating time তাল জুৰিয়া, ad. সমনিয়, একে সমান দটা, in unison, together. তালব্য, s. তালুত উঠা আখৰ, a palatal তাল মৰাa. তাল বাদ্য বজোআ, কানত সোপা মাৰি ধৰাstunning or over. powering the organs of hearing by any noisestunned. loud , তাল মাৰি, J. নিজম দি, কানত সোপা মাৰি, to be silent, to be deafen. ed or stunned by a loud noise; a. deafened, stunned.