পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

263 তল খুচুবিয়া, a. অলপিয়া, গুপুতে দিয়া ব। কোআ, secret, clandlestine. তলগৰিয়াa. পনিত নোপোঙ্গা, গধুৰ, not buoyantleavy তলগৈ, o. জুবি, বুৰি, আপুাবিত হৈ, to simk, to be submerged. তলচৰিয়া, a. তলত সৰি থকা, সেসভিয়াআগ্যাৰ তল, অধিন, dropped তলচিয়, ১ off, as ripe fruit; last or youngest, dependent, subject to. তলচ, ৪. তলত পাৰি দিয়া আসন, anything spread out to sit on . তল জোআ, a. তল গৈ থকা, বুৰ, জুবাsunk, submerged, overflowed. তলধৰা, ৪. দাঙ্গি ধৰা, ঊাতৰ গৰকাৰ জৰি, a cord attached to the treadles of a native loom তলনি, ৪. গেদ, গেদনি, সেহনি, lees, dregs, sedimentrefuse. তলপৰ, s. তলত থক, তলত পাৰি দিয়া, falling under, spread down তলপিয়াa. বসবতি, অধিন হৈ থকাsubject to, under. তলপেট, ৪. পেটৰ অধো ভাগ, নাইৰ তল ভাগ, the lower part of the belly. তলসব, ৪. তলত সবা, গুটি আদি গচৰ তলত সৰি থকা, the shedding or falling off of fruit or leaves a. fallen of: তলা৪. কলহ লোটা৷ আদিব তলি, র্গাৰু চাক, অনুসন্ধান, bottom of the water vessels &c. the embroidered end of a native pillow ; a padlock; an understanding of a matter. তলাতল, s. খলপাখলপ, খাপ খাপ, the third of the seven ells of the hindoo shasters ; a. high and low, above and below. তলানলা, ৪. বজ বিচাৰ, আগ গুৰি, a thorough knowledge of an affair. তলামৰাs. লোটা আদিৰ তলা খুউআ, সঁচাৰ মৰা, the inserting the bottom piece of brass water vessels, locking with a padlock তলি, ৪. তল ভাগ, the bottom, base, foundation তলিয়ৰি, a. তলি বহল, তলত দিয়া, having a broad base. তলিচা, ৪. দলিচাতলৰ, a rug, a carpet, any cloth spread for sitting তলিয়া, ৪. কাঠৰ ভাত বহা পাত্র, ভাতৰ চৰুৰ ঢাকনি, a wooden cover of a cooking vessel. তলুআ, s. হাত ভৰিৰ তল ভাগ, the palm of the hand or sole of the foot. তলে, ad. তল ফালে তল ভাগে, beneath, under, belo. তলেতলে, ad. নজনাকৈ, গুপুতে, মনে মনে, আৰকৈ, secretly, slyly. তলৈ, ad. সেই ঠাইলৈ, তালৈ, to that place, there. তস্ক, ৪. চোৰ, টটাটিঙ্গ, a thief, an unruly, mischievous person. তহত, pron. তোমোলাক, তুচাক সব নাম, you, (inferior.) তহুবহকৈ, ad. থান থানকৈ, লিৰিকি বিদাৰি সিচৰিকৈ, here and there, medd] g with this and that, as a mischievous child