পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টোলো। 7 টোকোব। পজা, s. সৰু ঘৰ, পজ। ঘৰ, a small native hut টোটা, s. তুলাপাতেৰে বন্ধা বন্দুকৰ খাৰ আদি, টোনাa cartridge. টোটোৰা, a. সুকাই পোটোকা পবা, গুটি আদি সুকাই সেৰেলা পৰাshri eled up; wilted. টোন, s. কাৰ থোআ চুঙ্গ, a quiver or sheath for arrows. টোনা, s. মাচ ভৰাই লোআ পাত্ৰ, a small long necked fish basket. টোপ, s. বৰখিত দিয়া বা, চৰায়ে খুউতা আহাৰ, a bait for catching fish, the food of an unfedged bird. টোপনি, s. নিদু, ঘুমটি, sleep, drowsiness. টোপনি অৰাa. মাজতে আৰি থোত, suspended, hung up; s. suspension. টোপনি বঞ্চ, s. সাৰে থকাজাগি থকাsleeplessness, Wakefulness, টোপনি বোআl, s. পাম পাম বুলি আসা কৰা, the waiting in hope. টোপনিয়াই, ৮. কলমটিয়াই, টোপনিএ ধ ব, to sleep, to not , to drowse. টোপ লোআ, a. আহাৰ কৰা, আসা পালি থকা, taken , as a fish seizes a hook and Jait; 0 a confident expectation. টোপা, s. পানি বা জোলৰ অতি তাকব ভাগ, বিন্দু, a drop; a very small quantity. টোপাই, ৩. বৰথি পেলাই, পাম পাম বুলি আসাৰে থাফি, to let down a baited hook; to wait in confident expectation টোপা গাঠি, s. এটা এটাকৈ দিয়া গাঠি, a particular methol of knot. ting or tying at long intervals. টোপাটোপে, ad. এটোপা এটোপকৈ, in drops or continuous dro টোপাল, ড. হিম বা বৰখুনত গচৰ পাতৰ টোপাটোপে সব পানি, cle droppings of rain or dew frorn trees. টোপোআ, ও. বৰহি টপিউঅ, পাম বুলি আম৷ ক1baiting; hope &tc. টোপোৰ, খহুৰ দৰে উখহি পৰা, টোবোৰা, সুতাৰ গাঠি, a botch, a sWelling a protnberance, a knot &c. in a thread. টোপোলা, এ. পাত বা কাপৰেৰে মুঠকৈ ব কা, a bundle; package, Parcel. টোপোলাব স্কা, s. গোটাই মুঠকৈ বন্ধাআগ কৰা, the act of bindling in bundles, also of getting apart for a religious ofering টোৰটোৰ, ৪. বেদ, বা৷ ধু আ1 থোআৰ সন্ধ, a croaking or rumbling sound. টোৰটোৰাই, ৯ বেঙ্গ বা ধোআ খোআ সব্দ উঠি, to croak, to rumble. টোল, ৪. বাৰিৰ চৌ সিমলা, বাৰি ঘৰ, বাহব, a homestead, a house with the grounds attached টোলোঠা, s. ততসালৰ সুতা বা কাপৰ মেৰোআ কাঠ, the two parts of a native loon on which the warp and woven cloth are wound.