পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

13 অনি। অনাচাৰ, s. বেয়া আচৰৈ, ৰিতি আচাৰ এৰা, improper conduct, not according to rule অনাচাৰি, a. ৰিতি আচাৰ নমনা, দুৰাচাৰি, lawless, contrary to usage. অনাথ, a. ৰখিয়া নোহোআ, নিৰসুই, unprotected, orphan, helpless. অনাথকৈ, ad. নিৰাসু ইকৈ, উদসিয়াকৈ, lhelplessly, forlornly. অনাদব, s. অদৰ ন কথা, অহেলা, অশ্রধা, disrespect, inattention, incivility, impoliteness, irreverence অনাদি, a. আদি নাইকিয়া, without beginning, from eternity. অনাদি পাতন, s. জগতৰ সুজন, পুথিৰ নাম, the creation of the universe ; a Hindoo shaster that treats of the creation অনা নিয়া, s. নিএ আনে, the act of taking away and bringing back. অনাবিটি, s. বখন নোহোআ, খৰ টনা, a drought, want of rain. অনায়ক, a. স্বামিহিন, অধিকাৰ নাইকিয়াwithout an owner master or leader. unclaimed. অনায়াস, s. পৰিসম নোহোআ, ease, facility, readiness. অনায়াসে, ad. সহজে, এনেই, দুখ নকৰাকৈ, সুগমে, easily, with facility, without difficulty. অনাৰি, a. বেয়া হোআ, নষ্ট কৰাinjured, damaged, destroyed. অনার্যক, 5 আৱশ্যক নোহোআ, অকাৰন, unnecessary, needless. অনাহাৰ, s. অহাৰ নোখোআ, বত, লঘোন, abstinence from food, fasting. অনাহাৰি, a. লঘোনিয়া, উপবাসি, abstaining from food . অনিচই, a. ঠিকনা নাই, অঠাৱৰ, uncertain, doubtful, unsettled অনিচা, s. ইচ। নাই, মন নোজোআ, অৰুচি, disrelish, aersion, reluctance. অনিতি, s. নিতিৰ দৰে ন হই, অবিহিত, immorality, injustice. অনিত্য, a. সদাই নথকা, খন্তেকিয়া, অসাৰ, temporary, transitory , unsubstantial. অনিন্দিত, a. নিন্দিত নোহোআ, not despised, not censured অনিন্দিয়, a. নিন্দা কৰিবৰ জোগ্য নোহোআ, not despicable, not censurable, irreproachable. অনিশ্চিত্ত, a. জাগৰিতসাৰে থক|, wakeful, watchful, sleepless. অনিয়ম, a. নিয়ম নাই, বিদস্তুৰ, বিধিমতে নোহোআ, irregular, without rule or order. অনিয়মিত, a. নিয়মিত নোহোআ, থিৰ নকৰ, not regulated, not deter: mined, indefinite. অনির্বচনিয়, a. কবৰ সাধ্য নাইকিয়াকৈ ঐ টাব নোঅৰা, unspeakable, unufterable, indescribable. ণের একটি তালিকাঠী