পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জল জল-দিয়া, s. তপন কৰ, সমুলি আসা এৰা(lit,) giving water to the manes of the dead; hence, hopelessness, discouragement. জলধৰ, s. মেঘ, সমু দ্ৰ, , the a cloudsea. জলধা, a. লেতেৰা, বন বাৰি কৰিব নজনাincompetent, unskillful. জলধি, s. সমুদ্র, the sea, the ocean. s. ডলি থক, পোৰ1, দহন, a faming up, burning. জলন্ত, a. জলি থক, পুৰি থকাburning, flaming, fierce. জলন্ধৰ, s. অসুৰৰ নাম, ৰোগ এবিধ, the name of a demon; the dropsy. জলন্ধৰিয়া, a. সুবিয়া, জলন্ধৰ ৰোগে ধৰা, dropsical. জলপনিয়া, a. জলপানৰ সমন্ধিয়, উপহাৰ দ্ৰব্যsuitable for a light meal or luncheon ; s. light food. জলপাত্র, s. লোটা, কলহ আদি, a water vessel. জলপান, s. পানি খোআ, কৰাই পিঠাগুৰি আদি উপাধি দুব্য, the drink. ing of water; a tiffin or luncheon; with কৰি, to take a lunch. জলপ্রাই, . পানিৰ নিচিনা চোঁচা, উমঘাম নাইকিয়া, watery, cool like water, dispassionate, not easily provoked. জলপবন, s. পানিৰে তল জোআ, মহ। প্ৰলই, an inundation, a deluge. জলফাই, । ৪. টেঙ্গ1 এবিধ, the olive tree and fruit. বেলফৈ, জলবিজুব সহ ক্রান্তি, s. তুলাৰ সহ ক্রান্তি, কাতি Iবহু, the autumnal equinox . জলভর্থ, a. চেচ, নির্জ, dispassionate, cool, not irascible. জলম, s. বহুআই পিন্ধি ৰঙ্গ দেখুউআর মৰা পাটৰ বৰৈ, দিঘল সাজ, a long coarse garment worn in making sport. জলমই, ৫. পানিৰ সদ্রিস, watery. জলম-জথম, s. গাত কাপৰ নেসামৰাকৈ ফুৰ, the wearing of apparel loosely or untidily. জলমল, s. ফটিক আদিৰ জিলিকনি, brilliance, lustre, glitter. জমলিয়াa. জলমলাই থকাকান্তিমই, brilliant. , sparklingglittering, জলয়া, s. লোট। ভৰি নিয়া মৰা পাটৰ জালৰ মোনা, a coarse netted bag used in carrying brass dishes &c. জলজপৰ, a. জলৌপলেীঅথিৰ, হাত ভৰি কাঁপ, unsteady, trem bling, shaking, (applied to old persons. জলসাই, সমুদুত সয়ন কৰা বিষ, an epithet of Vishnoo, repre- sented as sleeping on the ocean. জলসাৰ, s. ঘনে সৰু পানি চোআ ৰোগ, the diabetes.