পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

চৌৱ 23 চোহােঙ্গাচোহোঙ্গ, 3 a. সোআদ বা বস নোহােআ, নিৰস, juiceless, CBt85f231, Ì tasteless, insipid, without favor. চৌ, prefiz. চাৰিও, চতুঃ, কুকুৰক ফেটোআ, four, used in coinposition. চৌকচ, এ. সকলোতে পতি, কাঠিয়ক, পটু, নিপুন, able, vigilant. চৌকা, ১. অথা, চৰু বহাআ উধান পতা, a cooking place. চৌকাঠ, ১. দজৰ মুখৰ চাৰি উলিয়া কাঠ, (lit.) the four timbers forming the wooden frame of a door or window. চৌকি, s. চকি পিৰা, খৰা লগোৱা বহা আসন, a chair, a stool. চৌখাম s. জগৰ ধৰি লোকৰ দ্বাৰাই সেধা, কটকি, enquiring into a matter through a second party. চৌচলিচ, a. দৰি চাৰি, forty-four. চৌচলিয়া, a. চাৰি খন চালেৰে ঘৰ, four sided, as a roof.। চৌচালি, ৪. চাৰি চলেৰে, a four sided roof. চৌচৌআই, ৪. পানি আদি বৰ সৰদেৰে পৰি, to pour out, to flow in a rapid stream. চৌচৌকৰে, ad. পানি আদি জেলি বস্তু বৰকৈ বৈ পৰা, flowing rapidly in a stream, violently purging. চৌঠেঙ্গিয়া, a. আসা ভঙ্গ হােআ, নিৰাস হোআ, disappointed, deceived. চৌড় লি, ৪. চৰাই ধা ফন্দি এবিং , a sliare for catching birds. চৌতঙ্গ, ১ নগাৰ দোঅনিয়া, পৰৰ দত, ৰজাত কথা নাও তা কটকি, an informer, a class who explained to the King the affairs of to others; a Naga interpreter. চৌত্ৰিচ, এ. একুৰি চৈধ্য, thirty-four. চৌদিস, ৪ পুব পচিম উতৰ দখিন, চাৰিও দিস, the four cardinal points. চৌদিসে, ad. চাৰিও ফালে, সকলো দিসে, ol all sides, all around. চৌপট, ৪. থেল এবিধ, চাৰিও পৌনে অতোআ, পর্গত, a game resem bling dice; a. cleared on all sides; expert, skillful. চৌপৰ, s. দিন বা ৰাতিৰ চাৰি পৰ, fourth watch of the day or night. চৌপাস, ১. চাৰিও ফাল, চাৰিও দিস, four ways or sides, চৌফলিয়া, a, বঁদ টান, টিকাফটিয়া, very hot, scalding, applied to the sun. চৌবিচ, a. একুৰি চাবি, twenty-four. চৌৰজ, ৫. উঠিব নোঅৰা হৈ পৰি থকা, prostrated, unable to rise, colatfet, as from sickness or fatigue. চৌৰাবৈ, ৫. চাৰি কৰি চৈধ্যটা, ninety-four. চৌবাসি, ৫. চাৰি কৰি চাৰি, forty-four. চৌৱন, এ. দুকুৰি চৈং, fifty-four.