পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

09 চেফে চেনা, s. সোন ৰুপ আদি কটা চুটি বটালি, নবনি, তপত গাস্থিৰত টেঙ্গ। 1 দৈ, দিঘলে ফালি সুকুউআর মাচ বা মঙ্গহ, a chise for cutting metals, the curds of milk, fish or flesh dried in strips, a native blood-letting instrument সেনাই, J. চেনাৰে কাটি, নৰনিৰে তেজ উলিয়াই, to cut with the above । chise to draw blood with a native blood-letting instrument. চেনাবেন, ad. জাক ভাঙ্গি এটাএটা হৈ জোআ, scattered one by one. চেনি, s. কুঁহিয়াৰ আদিৰ ৰসেৰে কৰ । সোআদ ব, sugar. চেনিজোক, sএবিধ সৰু বাম জোক, চিনা৷ জোক, a species of leech. . টেনিমাচ, s. এবিধ, মাচ, a species of fish. চেন, s. গালত ফুটফুটকৈ কলা পৰ-ৰোগ, a disease of the skin. চেনেহ, s. স্নেহ, মৰম, বেথা, প্রিতি, আস্তিক, lore, affection, fondness, regard; with কৰি, to iore, to regard with affection. চেনেহ। চেনেহি, s. মৰমা মৰমি, mutual affection, love or regard. চেনেহি, . মৰমিয়াল, চেনেহ লগাব পৰ, dear, beloved. চেনেহু অ1, a. চেনেহৰ, চেনেহত দিয়া ব৷ কৰ, given or done from affection or good wi}} চেনোআ, a. তেজ কটানৰনিৰে কটাbled, lanced. চেপ, s. ঠেক, চেপা, narrow, confined, চেপা, s. পকাই পানি উলিওআ, দই বস্থৰ মাজত দি হেঁচা, মাচ ধৰ। জন্তু, the act of wringing out water from a cloth, of press ing out juice of sagar cane &c. a bamboo fish trap. চেপা মৰাs. হেঁচা বা টিপা মৰা, নিচেই ঠেক, the act of squeezingcom , pressing or pinching a. compressed, narrowed, squeezed. চেপি, p. চেপা দি, হেঁচি, পকাই পানি উলিয়াই, to compress, to squeeze, to pinclh, to press, to wring out. চেপি অনাs. নিৰস বা ঠেককৈ অনাa gradual compress, narrowing or pressing toward one side. চেপি ধৰা, a. চেপা মাৰি ধৰা, হেঁচি ধৰা, stuck fast, heid firmly চেপেট কলাই, s. মাহ এবিধ, a species of flat bean. চেপেটা, a. হেঁচা খাই সমান ব৷ পাতল হোআ, পাতল, খিন, flat, fat tened, compressed, lean, thin চেপেনাs. চেপা মাৰি ধৰাজন্তু, সৰাহ, তামোল খুন্দা পাত্ৰ, pincers, tongs, an instrument for bruising the betelnut. চেফেৰ1, ৫. বিজতৰিয়া, ভালৰ পৰা ক্ৰমে বেয়া হোআ, সম্পূর্ন ডেকা। চেফোৰয়। কাল, deteriorated from the original stock.