পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

203 ) work. চিৰিকচিৰিককৈ, ad. অলপ অলপকৈ, লাহে লাহে, little by little, slowly. চিৰিকা, a. সৰু, এ, little, very small. চিৰিঙ্গ, s. অহোমৰ পুজাৰিৰ খেল বিসেস, পৰ্বতৰ টি, সিৰৰ বেদনা, a class of priests among the old Ahoms, a mountain peak, a sharp darting pain of the muscles or nerves. চিৰিজনি, s. টননি, একেৰাহে টন্টনাই বিলাই থকা, a continuous darting pain or throbbing. চিচিলিয়া, ৫. পাতলকৈ পৰা বা বৈ দোআ, চিৰচিয়িা , flowing in a shallow stream or falling in scattering drops. চলনি, ৪. চিলা চৰাই, a hawk, a kite. চিলমিল, । ৫. অলপ টোপনি অহা, কলা দুমটি এ ধৰা, drowsy; ৪. চিমিলিয়া, drowsiness, চিলা, ১ চিলনি, তুলা পাতৰ সাজি উআে , a hawk, a paper hite. চলিঙ্গা, । ১. কামিৰে ঠিয়াকৈ যােআ সেজো বেৰ, a bamboo lactice চিলিজি, work. চিলিম, হোকীৰ মুৰত দি ধপাত খােআ পাড়, the bowl of a looka; a tobacco pipe. চিলিম চিগা, ৫. মুৰ চিগা, সঙ্গি নষ্ট হোআ, মৰ ঘৰ, (lit.) loss of the head; i.e. having no way left for accomplishing an object. চিহ, interj. নিন্দা যাক, যিন কৰা মতি, চিকৌ, fie ! fie! for shame! চিহচাহ কৰা, ১ মনৰ অসন্তোস বোৰ আদি কথাৰে প্ৰকাশ কৰা, ex pressing disgust, diepleasure or regret চিহ, ১. সৎখেপকৈ লিখা, an abstract, a summing up, an epitome. । চুঅনি, ১. আওটনি, চুআ পেলোআ ঠা, place where ilth and refuse are thrown. চআ, ৫. খাই এ ভাত আনি, আসুচি, left of a meal, uneaten, cere monially unclean, polluted by the touch. চুআই, v. অলপকৈ লগাই, পর্ন কৰাই, to touch or to cause to touch, to handle or louch slightly. চুআ হােকা, s. অসূচি হোআ, বালা, ceremonial uncleanness of any kind, menstruation. চুই, ০, পৰ্ম কৰি, হাত দি, গাত লগাই, to touch, to come in contact with, to meddle with. চুচৰি, ৩. চোচোৰাই, ঘঁহনি খাই, to crawl, to drag, to creep. চচি, v. অস্ত্ৰেৰে বা আঙ্গুলি আদিৰে চেঁচা মাৰি, to scrape off, to press out with the thumb and fore finger as in milking.