পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিকোট, s. দুই নথ | টিপা, a pinch, a nip. চিকুটি, . চিকোট মাৰি, দুই নখেবে টিপি, to pinch, to nip. চিগা, a. ডোল আদি দোডোখৰ হোআl, broken, cleft, parted asunder. চিগাভগা, a- অনেক ডোখৰ হোআ, broken in pieces, hattered. চিগি পৰা, a. সৰি পৰাতললৈ সব, parted and fallen off, scaled off. চিঙ্গ, s. হিন্দুস্থান দেসৰ এক জাতি বিসেস, a race of people in Hindustan . চিঙ্গা, a. খণ্ড কবা, চিগা, দোডোখৰ কৰাbroken, parted, divided. চিঙ্গি, ৩. চিগি, ডোল আদি দোডোখৰকৈ খণ্ড কৰি, ভেদ কৰি to break to part asunder. চিট, s. ফলৰ চাপ মৰা এবিধ কপাহি কাপৰ, printed calico, chintz. চিটচিটনি, s. গাৰ খজভি, পোৰনি, বিজবিজনি, an itching sensation. চিটচিটাই, J. বিজবিজাই, উভতি পোৰমি ধবা, to itch. চিটা, s. চটিওআ, চেকা, মাটি আজিৰ দিঘলিয় খণ্ড, দিঘল ডোখৰ, the act of sprinkling, a splint, a slice, a long strip of cloth or land, a mark, a stain. চিটাগুলি, s. হিলৈৰ সৰু গলি, shot, buckshot. চিটাচিট কৰা, a. দিঘলকৈ ভাগ ভাগ কৰ1, divided into strips. চিটাদিয়াs. আই ওলাবলৈ দাগ দিয়l, innoculation, vaccination . চিটামাৰি, গু. সাস্তি কৰি, এচাটি মাৰি, চটিয়াই, to sprinkle. চিটি, s. পত্র, কাকত, লেখা, a note, a letter. চিটিকনি, s. উৰি জোআ পানি আদি, rain driven into the house by the wind. চিটিকাs. চৰাই ধবা জন্তু, মোটোকাই দিয়া বাহ, উফৰি পবা, পোক এবিধ, a bird-trap, a strip of bent bamboo used as a support to the covering of a botan insect. চিটিকি, e. উফৰি, পানি আদি এঠাইত পৰি অান ঠাইত to bound পৰা in or drive ia, as drops of rain টিটিখেল, s. নামলেখা তুলাপাতৰ গুলি বাটি খেল কৰাগুটি বুজুআ জি কৰাদুর্তি খেল, a kind of railing, casting lots, lottery চিণ্ডাল, s. চিৰাল, এবিধ লতাৰ ফল, a species of melon. চিত, s. মন, আমিই, the thoughts, feelings and affections. ঘটিতপতিওআ, ৪. মন পতিওআ, আসা , confidently hoping, expect ing, anticipating. চিতহৈ, . ওপৰলৈ মুকৈ দিঘল দি পবি, to lie with the face upwards. চিতল, ৪. মাচ এবিধ, a species of fish. চিতাs. মবা মানুহ পূৰিবলৈ সজ। চ:ঙ্গ, a funeral pile ,