পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

196 চাবি চান্দি, 3. চল চাই, খাপ দি, ভাল ৰুপ, to roan about in search of, to lie in wait for as a beast of prey; s. silver. চাপ, s, আখৰৰ সাচ, a stamp, a die, apress a block for printing closh. চাপকন, s.া দিঘল চোলাa long native coat চাপনি, s. আপুনি সোমোআ বা বিয়া নকৰোআকৈ অন৷ তিৰোতl, a woman who lives with a man unmarried. চাপ মৰাs. চাব দি র, সাচত মৰা, the act of stamping, pressing, or printing; a. pressed, printed, stamped. চাপৰ, a. Rটি, ওখ নোহোআ, হাতেবে মৰ৷ সৰু, low, short, of small stature, a clapping of hands, a blor with the open hand. চাপৰাই, 3. চাপৰ কৰি,দৌআই, নমাই, to bend down, to bow, to lower. চাপৰি, s. হাততালি, চাপৰ হৈ, নৈএ মেৰাই থোজা ওখ মাটি, ওখ টি জন৷ মাটি, বলি যুবলিরাকৈ থোআ এবি বা মুগাৰ তl, an island, high table land, raw sik drawn out from the cocoon ready for twisting, a clapping, a bending of the body. চাপব, s. চাপৰ হোআ, কুঁজা হোআ, ত:লৈ নমা, the act of stooping down, lowering anything. চাপাচি, a. লুকুউতাগুপুতে থোমা, চুৰ কৰা, concealed, suppressed, hidden, kept back clardestinely. চাপি, ৪. জীচত মাৰি, কোলবলৈ আহি, ওচৰ হৈ, to print, to stamp; with জাহি to some neat, to approach. চাব, s. চিন, কোৰ বঠা আদি ফুপুহাই মৰা, বেগতে অনা ব৷ কৰানাঙ্গ- লৰ আগত উঠা জাবৰ মাটি, a stan, an impression, a mark a stroke with a hoe or oar; with ধৰা to seize, to clutch; with মাৰি, to stamp, to priat, to press, to row, to hoe. চাৰু কটাs. নাঙ্গলৰ আগত আগা জাবৰ মাটি দম কাটি সমান কৰা, মাটি কটাthe levelling c£ uneven places made by the plough, cutting the ground with a stroke of the hoe. চাবতিয়াল, a. চাবত আনিব পৰ, বেগাই কৰিব পৰা, খৰ কৰাdexterous, expert, adroit, apt, quick, ninble. চাব দিয়া, s. চাব মৰা, মিচাকৈ কথা ধৰা, the afixing a stamp or seal, charging with a crime without proper proof. চানs. চাবোন, কাপৰ আদি ধোআ খাৰ , soap. ঢাবাইচ, waterj. ভাল বোলা মাত, বাৰু, সলগা মাত, a word expressing approbation ; well done! bravo! চাবি, s. সঁচাৰ কাঠি, a key