পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

189 চরি চনকাa. বেগতে ভগT, britte, casily broken. চপৰাa. চন হোআ, খেতি দইন পবা, fallow, lying waste; generally applied to land left unsoved-After poughing or without a crop. চমুৰ, S. ধুমধুপ, খৰলি পিট, মুৰ কঁপাল ভুকুআই অতি বেজাৰ কৰা, worrying, fretting, irritation; storming about. চন্তৰি, s. ৰখিয়াপৰিয়াa sentry, a guard, a watch. চন্দ, s. শ্লোক, গহ, verse, poetry, poetic measure, shape, symmetry. চন্দন, s. জাতিকাঠ আদি, sandal wood, several other kinds of fragrant wood are thus called. চন্দনা, s. ৰঙ্গ, আঁচ থকা ভাটেী চৰাই, a species of parrot. চন্দৰতাপ, s. চন্দ্ৰতাপ, ওপৰত অৰ৷ কাপৰ, an awning, a canopy . চন্দলা, a. ফৌলেঙ্গ, বহলবাও ভাগি মুকলি হোআ, broken and flat tened out, squat. চন্দলাই, s. বাও ভগা খৰাহি আদি, to flatten out. চন্দলিয়াই, . ভাঙ্গি পেলাই, বখলিয়াই, to break down, to strip off. চন্দাs. মাচ এবিধ,ফেটলেঙ্গ, a species of fish; a. fat, as roof &c. চন্দিয়াই, ও. নেউঠিবটল কপাহ বাচি, to tear apart, to open ont, as cotton preparatory to spinning. চন্দুক, s. পেৰ, কাঠৰ ঢাকনি লগা পাত্র বিসেনa chest, a box. চন্দুআ, s. লাজ পৰ, লজুআ, shame, mortification; a. mortified &c. চন্দুআলি, এ. মিচা হৈ লজি পৰ, mortified by the exposure of one's own misdeeds. চন্দোআৰ, s. চন্দ্ৰতাপ, ওপৰত তৰা কাপব, a canopy, an aning . চন্দ্ৰ, s. জোন, চন্দ্ৰমা, the moon. চন্দ্ৰকান্ত, s. এবিধ বহু মুলিয়৷ মনি, আচাম দেসৰ এক বজাৰ নাম, a pre cious stone, the chrystolite, the name of an Assam king. চন্দ্রগহন, s. প্রিথিবিৰ চন চন্দ্ৰত পৰাan eclipse of the moon . চন্দ্ৰতাপ, s. চন্দোআ, an avning, a canopy. চন্দ্ৰবদন, a. চন্দ্ৰৰ দৰে সুজনি মুখ, noon-faced, beautiful as the moon. চন্দ্রবিন্দু, s. অনুনাসিক বন, আখৰৰ ওপৰত ( ' ) এই ৰুপে লিখে, the nasal character, ( ). চন্দ্রমণ্ডল, s. চন্দ্ৰৰ মেৰ বা মৰল, the lunar orb, the moon's disc. চন্দ্ৰমা, a. জোন, চন্দ্র, নিনাকৰ, নিলাপতি, the moon, the queen of night চন্দ্রমুখি, a. জোনমুই, সুমুখি, moon-faced, beautiful as the moon. চন্দ্ৰহাৰ, s. এবিধ ডিঙ্গিৰ অলঙ্কাৰ, a kind of necklace. চন্দ্রিকা, s. জোনকি, জোনৰ পহৰ, moonlightmoonshine.