পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘে 79 ঘুঘুৰি, s. চকৰি, দুখৰৰ তলত দিয়া চুঙ্গা, ধপাত থোআ পাত্র নিসেস, a wheel, a joint of bamboo used as a socket in which a mat door revolves; a hooka or apparatus for smoking . ন , a. ঘৰি থক, ভুমি, whirling, turning, revolving. স্বর্ন বায় , s. ঘৰনি বায়, বামাৰলি, a whirlwind. যুর্নায়মান, a. বৰকৈ ঘূৰি , whirling, rapidly revolving. ফুলা, s. পচা খেৰ আদিৰ ধুনা, ধান্যাদি সস্যৰ মলি, the chaff or dust of grain, anything light and worthless. ঘলি, s. সঁহ আদি পৰি থকা৷ গাত, নৈৰ ঘপিয়াদ ঠাই, ঘোল কৰি, মিহলাই, a place of mud and water where buffaloes and other animals wallow, a harbor ; ৩. to stir up, to make muddy. ঘেও, ৪. জঠৰত এবেলি হাড দাঙ্গি সুতা কটা, an arms length of thread in spinning চে, ৪. মনিৰ , দাই, চিন্দ্ৰ, a division in a string of beads, a fault. ঘেচাল, আমমি, খচনি, একে কথাকে যনেকৈ থ, annoyance, সেঁচালনি, trouble, importunity. ঘেচালি, ৬. আচি, আমনি কৰি, to tease, to worry by importunity. ঘেতা, s. গায়নে একেবাৰে ভাল খোল বজোআ, the simultaneous stri king of musical instruments. সেঁহনি, ৪. মন সময়ত ডিজি এৰে কৰা সহ, the death rattle. সেঁহাই, ৪. ডিঙ্গিৰে সজ কবি, ঠিককৈ ইচ। অনিচা প্রকাস নকৰা, to rattle in the throat as when dying; to speak indefinitely. ঘেছ, s. এবিধ ধান, wheat. ঘেহোআ, s. দিবলৈ বা কৰিবলৈ টান ধৰা, থেৰোগেৰে। কৰা, a reluc tance to do or to give, hesitation, indecision. থেকেছ, s. বাধা, খতৰ বোমা, দাই সোস, an obstacle, a hindrance, a fault; peaking in a cautious manner. থেকেটমেকেঠ, a. খেটেৎমেট, কৰিবলৈ টান, dificult to do or to perform, perplexing, trying . থেকেটা, a. বেয়াঘিন লগা, bad, hateful, despicable. থেকেটাখোআ, a. অনেক ঠাইত বাগৰি অহা, passed around from place to place and rejected. থেকে, s. একে কোবে কট। বা কামোৰা, one stroke, one bite. হেকেৰাই, ad. একে কোবেই, খচৰাই, cut or bitten at once . ঘেকেটিয়া, a. ঘোকোটত থকাকৰিবলৈ টান, troublesome, difficult. ঘেৱs. , কুকুৰৰ হেঙ্গনি, কুকুৰে কেন্দকৈ উঠা, the yelp of a dog.