পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খেতি = খেকখেক, s. সিয়াল বান্দৰ আদিৰ মাত, বৰকৈ হহাৰ মাত, the cry of a monkey or jackal, boisterous laughter. থেকে, s. গsত চৰাই ধৰা ফান্দ, গচ এবিধ, a bird snare, a species of tree খোঁকেৰুপভিয়া, a. থেকেট পাতৰ নিচিনা, চুলিব খাপিয়া বাস্ক, like the leaf of the khenkern tree, a motle of dressing the hair খে জালনি, s. মিচাই বৰকৈ সলামি হই, নিন্দা, making sport of a person, jeering, bantering, deriding. খে জলি, ৩. খোনি কৰি, মিচাই বৰকৈ সলাগি, বিগতি কৰি, to খোঁজেলিয়াই,j make sport of, to joke, to jest, to jeer, to mock. খেতৰ, s. তা, ক্ষেত্র পাল, পিৰ্দাচ, a fied, an imp, an inaginary malignant demon, supposed to destroy little children. খেতৰসাইজ, s. চায়। বালি, মায়। বাজি, magic, sleight of land . খে তৰি, . খেতৰৰ মাইকি, পিসাচনি, feminine of the above word. খেদ, s. কুকুৰব মাত, the cry of a dog. খেঙ্গ খেঙ্গাই, ৩. খিংখিঙ্গাই, বৰকৈ কুকুৰে ধ1to annrl, to snap, to cty out as a dogapplied to contentious angry persons. খেট, a. বেয়া, অধম, নিচ, low, nean, vile. থেথেচ, ) এ. চোকা মাত, মনাই একে কথাকে কৈ থকা, ধাৰ মাধি গেথেচনি, ( থকা, inportunity, tcasing, sharp cuuting epoccl , re peated dunning for a debt. থেৰেচিয়া, a. বালিৰ দৰে লগ, খহটা, grity, rough, tensing, annoying. গেমেচ, s. অকাৰনে পাম বা বেলি কৰা needless delay, epending e on enero preliminaries. থেচালত, s. ঘনে কৈ থকাহেক হেকনি, annoyance, irritation. খেচালনি, . থেথেচাই থকা, কৈ কৈ বেজাৰ লাগোআ, the causing irritation or annoyance, vexing with importunity. থেচেক, d. একে বেলিএ কটা বা কোআ, cutting or speaking rashly. খেচেৰা, s. অলপ ডাঙ্গৰ লৰা, এখনিয়া কাচটি পিঠা ভৰা, a lad, a boy of ten or twelve years of age. খেচেৰাই, ভ. খচৰ কৰে , বেগতে উত্তৰ দিয়া, to slash, to cut suddenly, to give a quick tar reply থেষ্টমেট, s. বাবতি কৰাস্বৰুপ কথাত মিচাই দগর হাই কৰা , higgling about the price of an article or in making a bargain খেটেমেটে, s. ঘেটমেট, অনিয়াআনি, ঐয়াহৈয়া, dispute, wrangling. খেত, { s. সস্য কৰা, পথাৰ, ক্রিসি, সস্য, a cultivation, a field, a থেতি, farm, the crop of standing grain. 19