পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

131 খৰি খৰকিউআ, s. .ং মলি আtদি গচাই বিন্ধ্যা বহল কবা, clearing out | afresh an opening that has been closed up খৰকৈ, al. বেগাই বেগাই, সিঘুে, খাৰখেয়াকৈ, quickly, hastily, specdlily. খৰখৰাই, . সুকান পাত আদি লৰাই সবদ কৰা, কানৰ ভিতৰত সবদ উঠাto make a rustling noise, to rustle. খখৰিয়া, a. সুকান, জুনজুনিয়l, very dry, parched. খৰখেদাs. বেগাবেগি কৰা, লৰালৰি কৰাখৰপোচ, ততাতৈয়া, the act of hastening, hurrying, expediting, with কৈ, rapidly, hastily. খৰগ, s. কুঁৰৰ নাক ডেওনাত হোআ সিঙ্গ বিদেম, the horn of the rhinoceros. খবচ, s. ব্যয়, ধন চকুউ আl, expenditure, expense, cost খৰচনা, s. দঙ্গা৷ বাহ বা কাঠ, ঢোক1, a temporary prop or support. খৰচি, a. ব্যই, এধাখুন্দা গুৰি, prodigal; s. the coarse portion of anything that remains after sifting খৰচিয়! এধাখন্দামিহি নোহোআ, coarse, not pulverised. খৰধৰ, , ad. লৰালৰি, লৰাত কৰা, বেগাবেগি, quickly, the doing a খৰপ, thing quickly, used as a noun and an adverb, খৰম, s. কাঠৰ, পাদক, a sandal. খৰমৰ, , s. লটিয়ালুটি, ধৰফৰনি, ডেও পাৰনি, tossing about in খৰমৰনি, f distress, restlessness, uneasiness whether of mind or bodly. খৰমৰা, s. অন৷ বিষ্টি, ৰদ টনা, scorching heat; s. scorched, parched. খৰমবোআ, s. ধৰফৰে।আ, লৰি ফৰা, tossing about, restlessness. খৰলাs. ঘোৰাৰ ফনি বিসেস, a curry comb খৰলি, মিৰসকৈ ৰন্ধ1 সাক, the leaves of vegetables cooked very dry. খৰলি পাক, s. পাক মাৰি ফুৰি অহা, উচাট মৰা, খঙ্গেৰে ঘূৰি , going and returning quickly, going round and round in anger. খৰলিপিটাs. ডেওপৰা, ধৰফৰোআ, grumbling, fretting, complaining . খৰলিয়া, s. ডোখৰা ডুখৰি, নিমজ নোহোআ, broken, rough খৰাই, . খৰ মচলা দি সু কুঁজাই, ঘনে ঘনে সৰু পানি চোআ, to blearch, to expel the alkaline qualities of new cloth, to urinate frequently. খবাঙ্গ, a. বৰখুন নোহোআ, নিৰস মাটি, এলাহ নকৰা, without moisture, dry, parched, expert, quick, active খৰালি, S. খৰালি, পানি নোহোআ কাল, the . dry season। খৰাহি, s. চাউল আদি ধোআ বাহৰ পাত্ৰ, a small bamboo basket used for insing rice. খৰি, , জুই ধৰ। কাঠ, firewoodl, kinds. fuel of all