পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কট কচকঢ়াই, o, ধৰফৰাই, হাতেৰে সাবিচাৰি ভাঙ্গিচিসি থকাঅর্মাতি, to be restless, meddlesome, worrying, mischievous. ককচিযা, a. কচকচাই থকা, সান্ত ভাৱে ন থকা, fretful, teaz restless, ins, mischieous. কচৰকামোৰ, ৪. গোজা বস্তু নে পালে নেৰা, বৰকৈ ধৰাঅতি ইচাবে । খোজা, persistence, not to be put off or denied. কচাৰি, s. এক জাতি বিসেস, a tribe of people, the Cachari race. কচাৰি ঘব, s. ৰজাব নোধ কৰা ঘৰ, a court house. কচাননি, s. কচালি থকা, জোকাৰনি, the act of swaying back and forth, staggering or reeling to and fro. কচালি, ৬. জোকাবি, to move back and forth, to sway to and fro. কচি, e. ঘনকৈ আঁকি দি কটা, টানকৈ বন্ধা, to make frequent incisions In anything, to girt or draw tiglit, কচি বান্ধি, s. টানি বস্থা, টোপোলা বান্ধি ধন সচা, to draw tiglit, to girt, applied often to the tying up of money in bngs. কচ, এবিধ সাত, বা তাৰ মূল, an edible root of the arum class. কচুআগাম, ৪. এবিধ খাআ হোগ, the name of a cutaneous disease. কচুআ কৰিলে, s. এবিধ বৰ ফৰিঙ্গ, খাগা ফৰিঙ্গ, a species of the locust কচুগুটি, s. কচুৰ টেপু, কচ্ছকচিয়া, the small sprouts that grow on the parent root, a troublesome worrying person or child. কচঘোটা৪. বৰকৈ জোকৰা, বৰ দুখ দিয়াthe act of beating up and reducing to a soft consistency, hence tho bringing under | subjection by hard discipline কচোআ, a. মাচৰ পেটত থকা পোক, a worm found in the fleslh and intestines of ish. কচপ, s. কাঁচ, কুৰ্ম, a tortoise, a tortle. ফজলা, a. কলা বেজেনাব বৰন, purple. কড়াআ, . বাজ বেপাৰি, সজাই, an under or trarelling trader, a pedllar. কটক, s. উৰিয়া দেসৰ এক নগৰ, সেনা, the city of Cuttack, a soldier. কটকটিয়াa. টান, কমৃকচাই থকা, বেস্যালি, hard, restless, 'lustful. কটকি, s. কথা জোগোআ, কথা বাত্ৰা লৈ জোআ মানুহ, an ambassador, a nmessenger, a spokesman. কটকিনা, a. চিকটা, কির্পিন, আটকিয়া, iliberal, hard, stingy, scarce. কটনা কাটি, ২. বেচলৈ লোকৰ সুত। কটা বা কাপৰ বোআ, to spin or weave for others. কটবিয়া, a. চাউলিয়া, সান নোজোআ, not well softened or mixed. 12 .